১৯১৯ চনত স্থাপিত নাজিৰা সমষ্টিৰ অন্যতম শিক্ষানুষ্ঠান দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শযবৰ্ষ সামৰণি অনুষ্ঠান আয়োজনৰ সন্দৰ্ভত বিদ্যালয়ত আয়োজন এখনি আলোচনা সভা । এই সভাত উপস্থিত থাকে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমানৰ সোণাৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ । উল্লেখযোগ্য যে এই বিদ্যালয়ত সুদীৰ্ঘ কাল প্ৰাক্তন সোণাৰি বিধায়ক তথা শিক্ষামন্ত্ৰী শৰৎ বৰকটকীয়ে শিক্ষকতা লগতা অধ্যক্ষৰ দায়িত্বত আছিল ।