অসমৰ মহান স্বাধীনতা সংগ্ৰামী, বিশিষ্ট লেখক,সমাজ সংস্কাৰক দেশভক্ত তৰুণৰাম ফুকনদেৱৰ মৃত্যুতিথি পালন।

মঙ্গলদৈত দেশভক্তি দিৱস পালন।

জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়, দৰঙৰ উদ্যোগত দেশভক্তি দিৱস পালন কৰে।

জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয় মৃত্যু তিথি পালন কৰে।

সভা খনত উপস্থিত থাকে দৰং জিলাৰ উপায়ুক্ত , লগতে সাংবাদিক সকল উপস্থিত থাকে