নাজিৰাৰ সীমান্তৱৰ্তী শিঙিবিল আৰু নাগালেণ্ডত উত্তেজনা, চাহ বাগিছাৰ শ্ৰমিকসকলক কাম কৰাত বাধা প্ৰদান
ন্যায়িক জিম্মাত হেণ্ডডোৱা ফ'ম নামৰ নগা যুৱকৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি অসমৰ পৰা যোৱা যান বাহন সমূহ নাগালেণ্ডত প্ৰৱেশ নিষিদ্ধ কৰিছে ভিলেজ কাউন্সিলে ।