উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম গাৰো জনগোষ্ঠীক সামাজিক অৰ্থনৈতিক ৰাজনৈতিক ভাবে প্ৰতিষ্ঠিত কৰাৰ বাবে আৰু বৃটিছৰ শাসনৰ পৰা মুক্ত কৰাৰ বাবে সংগ্ৰাম কৰি অহা বিপ্লবী নেতা প্ৰয়াত সোনাৰাম আৰ চাংমাৰ ১০৬ বছৰীয়া মৃত্যু বাৰ্ষিকী দিনজোৰা বৰ্ণাধ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায়৷ গাৰো জনগোষ্ঠীৰ প্ৰথম ৰাজনৈতিক নেতা হিচাবে পৰিচিত এই গৰাকী নেতাৰ মৃত্যুবাৰ্ষিকী প্ৰতিবছৰে বৰ্ণাধ্য কাৰ্যসূচীৰে পালন কৰা হয়৷ সোনাৰাম মেমোৰিয়েল ট্ৰাষ্টৰ উদ্যোগত আৰু গাৰো ছাত্ৰ সন্থা (আসাম জ’ন)ৰ সৌজন্যত প্ৰতিবছৰে পালন কৰা হয়৷ খ্ৰীষ্টান ধৰ্ম অনুসৰি বহু সংখ্যক গাৰো জনগোষ্ঠীৰ ৰাইজৰ উপস্থিতিত বিয়লি মুকলি সভা অনুস্থিত হয়৷ মুকলি সভাত মুখ্য অতিথি আৰু বিশিষ্ট অতিথি হিচাবে ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা আৰু দুধনৈ সমষ্টিৰ বিধায়ক যাদব স্বৰ্গীয়াৰী উপস্থিত থাকি ভাষণ প্ৰসংগত বিপ্লৱী নেতা সোনাৰাম আৰ চাংমাৰ কৰ্মৰাজিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে৷ সভাত সোণাৰাম আৰ চাংমা মেমোৰিয়েল ট্ৰাষ্ট চ’ছাইটিৰ সভাপতি সম্পাদক ক্ৰমে ৰাকবান জি মোমিন আৰু জনংচং জি মোমিন আৰু গাৰো ছাত্ৰ সন্থা (অসম জ’ন)ৰ সভাপতি ফোল্ডিন মাৰাক আৰু ক্ৰোনেল চাংমা উপস্থিত থাকে সভাত বহু স্ংখ্যক গাৰো জনগোষ্ঠীৰ লোকৰ লগতে ৰাইজ উপস্থিত থাকে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
माळशिरस तालुक्यातील नातेपुते पोलीस स्टेशन यांच्यामार्फत नातेपुते हद्दीतील गावांमध्ये जनजागृती उपक्रम
माळशिरस तालुक्यातील नातेपुते पोलिसांच्या वतीने नातेपुते शहरात व पोलीस स्टेशन हद्दीत असणाऱ्या...
સુરતના કલેક્ટર આયુષ ઓકને ૧૬૧- વરાછા રોડ વિધાનસભાના મતદાન મથકોની મુલાકાત લીધી
સુરતના કલેક્ટર આયુષ ઓકને ૧૬૧- વરાછા રોડ વિધાનસભાના મતદાન મથકોની મુલાકાત લીધી
1TB स्टोरेज और 100W फास्ट चार्जिंग सपोर्ट के साथ इस दिन लॉन्च होगा Realme का ये फोन यहां जानें डिटेल्स
Realme ने अपने कस्टमर्स के लिए एक नया फ्लैगशिप स्मार्टफोन लाने की तैयारी में है। कंपनी GT5 Pro को...
SSB Tezpur FTR donated 54 Units blood
SSB TEZPUR FTR DONATED 54 UNITS BLOOD TO Kanaklata Civil Hospital
As a...