মাচুল বৃদ্ধিৰ বিৰোধিতাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঞ্চম দিনাও অব্যাহত প্ৰতিবাদ। বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ মাচুল ৩৩ শতাংশলৈ বৃদ্ধিৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাই বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচ'ৰাত উৰুৱালে ক'লা পতাকা। মাচুল বৃদ্ধিৰ সংক্ৰান্তত শুক্ৰবাৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰে হোৱা আলোচনা ব্যৰ্থ হোৱাৰ পিছত ক'লা পতাকা প্ৰদৰ্শনেৰে সাব্যস্ত কৰিলে প্ৰতিবাদ। অন্যহাতে বিশ্ববিদ্যালয় আন্তঃগাথনি উন্নয়নৰ বাবে মাচুল বৃদ্ধিৰ সিদ্ধান্ত লোৱাৰ কথা প্ৰকাশ কৰা বিশ্ববিদ্যালয়লৈ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাই ১৫ লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা। কিন্তু মাচুল বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান বিশ্ববিদ্যালয় প্ৰশাসনক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रेल्वे स्थानक परिसरात आजपासून
स्वातंत्र्य लढ्यातील दुर्मिळ चित्रांचे प्रदर्शन.
औरंगाबाद शैलेंद्र खैरमोडे : - ‘आझादी का अमृत महोत्सव’ विषयावर...
১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ কেআৰকে
মুম্বাই, ৩০ আগষ্ট। অভিনেতা কমল ৰছিদ খান ওৰফে কেআৰকেক বৰিভালি আদালতে ১৪ দিনৰ বাবে ন্যায়িক...
ભોયણ પાસે પશુ આહાર અને બીયારણની 4 દુકાનો માં ચોરીની ધટના બની...
ભોયણ પાસે પશુ આહાર અને બીયારણની 4 દુકાનો માં ચોરીની ધટના બની...
વડોદરા : માંજલપુર ખિસકોલી બ્રિજ પર કારનો થયો અકસ્માત
વડોદરા : માંજલપુર ખિસકોલી બ્રિજ પર કારનો થયો અકસ્માત
CITY CRIME NEWS વીજપડી ને આંગણે ભવ્ય શાક ઉત્સવ તારીખ 19 12 - 2023 ની રાત્રીએ ભવ્ય અને અતિ ભવ્ય
CITY CRIME NEWS વીજપડી ને આંગણે ભવ્ય શાક ઉત્સવ તારીખ 19 12 - 2023 ની રાત્રીએ ભવ્ય અને અતિ ભવ્ય