নাৰায়ণপুৰত সঘনাই বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ ৷ যোৱানিশা আৰক্ষীৰ নিক্ৰিয়তাৰ সুযোগ লৈ নাৰায়ণপুৰ থানাৰ অন্তৰ্গত বেলগুৰিৰ পৰা চোৰে লৈ যায় AR 01M 1584 নম্বৰৰ বলে’ৰ বাহন খন৷ কাকু শংকৰ নামৰ যুৱকজনে নিশা বেলগুৰি শহুৰৰ ঘৰৰ চোতালত ৰখাই নিশা যাপন কৰাৰ পাছত পুৱা শুই উঠি নিজৰ বাহন খন নেদেখি বিচাৰ খোচাৰ কৰাৰ অন্তত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এঘৰৰ চিচি কেমেৰাত ধৰা পৰে মাজনিশা চোৰে বলে’ৰ খন লৈ উধাও হোৱা দৃশ্য৷ আৰক্ষীৰ নিক্ৰিয় ভুমিকাৰ বাবে নাৰায়ণপুৰত সঘনাই সংঘটিত হৈ আহিছে চুৰাকাণ্ড৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જળમાર્ગના સહારે મતદાન કરાવવા મકક્મ મહિસાગર ચુંટણીતંત્ર
મહિસાગર જિલ્લા ચૂંટણી તંત્ર દ્વારા રાઠડા બેટ પર મતદાન મથક સ્થાપિત કરવામાં આવ્યું છે, જેથી મતદારો...
धूमधाम से शोभा यात्रा निकाली
घूमधाम से शोभायात्रा निकालकर विसर्जित किए गणपति
- रास्ते में जगह-जगह किया शोभायात्रा का स्वागत,...
पन्ना पुलिस द्वारा कानून एवं सुरक्षा व्यवस्था बनाये रखने हेतु विगत रात्रि की गई काबिंग गस्त
*पन्ना पुलिस द्वारा कानून एवं सुरक्षा व्यवस्था बनाये रखने हेतु विगत रात्रि की गई काम्बिंग गश्त*...
'India greater than any entity’: Congress leader questions party, 25 allies over coalition name
Sharmistha Mukherjee expresses unhappiness over the opposition alliance naming itself...
गुजरात के करीब अरब सागर में बड़ा हादसा, Indian Coast Guard का हेलीकॉप्टर दुर्घटनाग्रस्त; दो पायलट लापता
पोरबंदर। Indian Coast Guard helicopter crash गुजरात के करीब अरब सागर में एक...