মৰিগাঁও জিলাৰ চৰাইবাহী বৰভগীয়াৰ জয়ন্ত শৰ্মা নামৰ ব্ৰাহ্মণ সম্প্ৰদায়ৰ ব্যক্তি জনে অন্য সম্প্ৰদায়ৰ নিবেদিতা বৰকাকতি নামৰ মহিলা গৰাকীক বিয়া কৰাইছিল আজিৰ পৰা ২৭ বছৰৰ পূৰ্বে । আৰু সেয়াই যেন অপৰাধ আছিল জয়ন্তৰ । তাৰ পিছতে সেই অঞ্চলৰ ব্ৰাহ্মণ সমাজে এঘৰীয়া কৰিলে এই পৰিয়াল টোক । তেখেত সকলৰ দুই সন্তানো এতিয়া ডাঙৰ হল ।আৰু সুদীৰ্ঘ ২৭ টাকৈ বছৰ ধৰি এনেদৰে সমাজ অবিহনে দিন কটাইছে এই পৰিয়ালটোৱে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গোলাঘাটত খোৱা পানীৰ নামত একাংশই খোৱাইছে বৰবিহ।
গোলাঘাটত বিশুদ্ধ খোৱা পানীৰ নামত এতিয়া বৰবিহ খাইছে জনসাধাৰণে। গোলাঘাটৰ অলিয়ে গলিয়ে গঢ়ি উঠিছে...
গুৰুজনাৰ আবিৰ্ভাব তিথি উদযাপনক কেন্দ্ৰ কৰি আছু আৰু মাধৱদেৱ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সংঘাত
মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ তিৰোভাব তিথি উদযাপনক কেন্দ্ৰ কৰি আছু আৰু মাধৱদেৱ...
લાખણી ગામના 55 વર્ષીય ઠાકોર પુનમાજી ઇશ્વરજીએ કાચની બોટલ માં ખાટલો બનાવ્યો..
લાખણી ગામના 55 વર્ષીય ઠાકોર પુનમાજી ઇશ્વરજીએ કાચની બોટલ માં ખાટલો બનાવ્યો..
Bullish Stocks Today | Experts’ Top Calls: आज इन Stocks पर Experts को क्यों हैं डबल भरोसा? |Business
Bullish Stocks Today | Experts’ Top Calls: आज इन Stocks पर Experts को क्यों हैं डबल भरोसा?...
पॅथॉलॉजिस्ट डॉक्टर कोण? जाणून घ्या : डॉ. राम कुलकर्णी
पॅथॉलॉजिस्ट डॉक्टर कोण? जाणून घ्या : डॉ. राम कुलकर्णी