শনিবাৰে সন্ধিয়া এজাক বৰষুণতে তিনিচুকীয়াৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হয় কৃত্ৰিম বানপানীৰ ৷ ASTC বাছ আস্থানৰ সমীপৰ লগতে কেইবাটাও স্থানত কৃত্ৰিম বানপানী এক আঠুপয্যন্ত হোৱাত স্থানীয় ৰাইজৰ লগতে পথাৰোহীসকলে ব্যাপক সমস্যাত পৰা পৰিলক্ষিত হয় ৷ নলানৰ্দমাসমূহ ভালদৰে পৰিস্কাৰ নকৰাৰ লগতে নলানৰ্দমাসমূহ বন্ধ কৰি একাংশই অট্টালিকা নিৰ্মাণ কৰাৰ কাৰণেই কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ আংশকা সচেতন মহ’লৰ ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Delhi Budget LIVE Updates: दिल्ली का बजट राम राज्य की सियासत में उलझ कर रह गया | Aaj Tak News
Delhi Budget LIVE Updates: दिल्ली का बजट राम राज्य की सियासत में उलझ कर रह गया | Aaj Tak News
શેરબજારમાં આજે બ્લેક મન્ડે | MantavyaNews
શેરબજારમાં આજે બ્લેક મન્ડે | MantavyaNews