২৬ আগষ্ট তাৰিখে মাজুলী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত ২ নং মাজুলী (অনুসূচিত জনজাতি) দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ সমষ্টিৰ নিৰ্বাচনৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ খচৰা হিচাপে প্ৰকাশ কৰা হয়। ভোটাৰ সকলৰ সুবিধাৰ্থে জিলাৰ অন্তৰ্ভুক্ত সকলোবোৰ বিষয়াৰ কাৰ্যালয়, সকলো ভোট-গ্ৰহণ কেন্দ্ৰত আৰু নিৰ্বাচক পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ত এই ভোটাৰ তালিকা চাব পাৰিব। যদিহে খচৰা তালিকাত নাম অৰ্ন্তভুক্তৰ ক্ষেত্ৰত কোনো ভোটাৰৰ দাবী বা আপত্তি থাকে তেনে ক্ষেত্ৰত ইংৰাজী ২৬/০৮/২০২২ তাৰিখৰ পৰা ১২/০৯/২০২২ তাৰিখৰ ভিতৰত নিৰ্বাচক পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিব পাৰিব। প্ৰত্যেকটো দাবী বা আপত্তি নিৰ্বাচক পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ত দাখিল কৰিব পাৰিব বা প্ৰত্যেক ভোট গ্ৰহণ কেন্দ্ৰৰ বাবে নিয়োজিত বি এল অ আৰু সহকাৰী নিৰ্বাচক বিষয়ালৈ ডাক যোগে পঠাব পাৰিব যাতে উক্ত তাৰিখ পাৰ নহওঁতেই নিৰ্বাচক পঞ্জীয়ন বিষয়াৰ কাৰ্যালয় পায়হি। ঠিকনা হৈছে ড° ভৰত কোঁৱৰ, নিৰ্বাচক পঞ্জীয়ন বিষয়া, ডাক গড়মূৰ সত্ৰ মাজুলী -৭৮৫১০৪|
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Luxury buses from Shilllong ISBT
Luxury buses from Shilllong ISBT
ছিয়াং নদীত নাও দুৰ্ঘটনা, নিখোঁজ ডেৰ বছৰীয়া কণমানি
ছিয়াং নদীত নাও দুৰ্ঘটনা, নিখোঁজ ডেৰ বছৰীয়া কণমানি
ಬೆಂಗಳೂರಿನ ಅಂಬೇಡ್ಕರ್ ಭವನದಲ್ಲಿ ಏಪ್ರಿಲ್ 15ರಂದು ದಲಿತ ಸಂಘರ್ಷ ಸಮಿತಿಯ 50 ವರ್ಷಗಳ "ಸುವರ್ಣ ಮಹೋತ್ಸವ" ಮತ್ತು ಡಾ. ಬಿ.ಆರ್. ಅಂಬೇಡ್ಕರ್ ಹಾಗೂ ಜಗಜೀವನರಾಂ ಜಯಂತಿಯನ್ನು ಆಯೋಜಿಸಲಾಗಿದೆ
ಏಪ್ರಿಲ್ 12, 2024
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ ಕರ್ನಾಟಕ ದಲಿತ ಸಂಘರ್ಷ ಸಮಿತಿ'ಯ ಡಾ|| ಎನ್. ಮೂರ್ತಿ...
ચોટીલાથી નડિયાદ જતાં પરિવારની કારનું ટાયર ફાટતાં અકસ્માત સર્જાયો:કાર ખાડામાં ઊતરી જતાં 4 લોકોને ઈજા
લીંબડી-રાજકોટ હાઈ-વે પર ચોટીલાથી નડિયાદ જતાં પરિવારની કારનું ટાયર ફાટતાં અકસ્માત સર્જાયો હતો. કાર...
তিতাবৰৰ মেজেঙা চাহ বাগিচাৰ দাঁতি কাষৰীয়া অঞ্চলত নাহৰফুটুকীৰ মুক্ত বিচৰণ
তিতাবৰৰ মেজেঙা চাহ বাগিচাৰ দাঁতি কাষৰীয়া অঞ্চলত নাহৰফুটুকীৰ মুক্ত বিচৰণ ।।বাগিচাত কাম কৰি থকা...