২৬ আগষ্ট তাৰিখে মাজুলী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত ২ নং মাজুলী (অনুসূচিত জনজাতি) দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ সমষ্টিৰ নিৰ্বাচনৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ খচৰা হিচাপে প্ৰকাশ কৰা হয়। ভোটাৰ সকলৰ সুবিধাৰ্থে জিলাৰ অন্তৰ্ভুক্ত সকলোবোৰ বিষয়াৰ কাৰ্যালয়, সকলো ভোট-গ্ৰহণ কেন্দ্ৰত আৰু নিৰ্বাচক পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ত এই ভোটাৰ তালিকা চাব পাৰিব। যদিহে খচৰা তালিকাত নাম অৰ্ন্তভুক্তৰ ক্ষেত্ৰত কোনো ভোটাৰৰ দাবী বা আপত্তি থাকে তেনে ক্ষেত্ৰত ইংৰাজী ২৬/০৮/২০২২ তাৰিখৰ পৰা ১২/০৯/২০২২ তাৰিখৰ ভিতৰত নিৰ্বাচক পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিব পাৰিব। প্ৰত্যেকটো দাবী বা আপত্তি নিৰ্বাচক পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ত দাখিল কৰিব পাৰিব বা প্ৰত্যেক ভোট গ্ৰহণ কেন্দ্ৰৰ বাবে নিয়োজিত বি এল অ আৰু সহকাৰী নিৰ্বাচক বিষয়ালৈ ডাক যোগে পঠাব পাৰিব যাতে উক্ত তাৰিখ পাৰ নহওঁতেই নিৰ্বাচক পঞ্জীয়ন বিষয়াৰ কাৰ্যালয় পায়হি। ঠিকনা হৈছে ড° ভৰত কোঁৱৰ, নিৰ্বাচক পঞ্জীয়ন বিষয়া, ডাক গড়মূৰ সত্ৰ মাজুলী -৭৮৫১০৪|
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Poco X6 Neo: 108MP कैमरा और 5000mAh बैटरी के साथ लॉन्च हुआ पोको का तगड़ा फोन, फटाफट चेक करें दाम
Poco ने अपने भारतीय ग्राहकों के लिए एक नया फोन लॉन्च कर दिया है। जी हां हम यहां Poco X6 Neo की ही...
અમદાવાદ મેમનગર BRTS સ્ટેશન પાસે BRTS બસમા આગ
અમદાવાદ મેમનગર BRTS સ્ટેશન પાસે BRTS બસમા આગ
৯৭সংখ্যক জন্মবাৰ্ষিকীত সুধাকন্ঠক স্মৰণ ৰহাত।
আজি সুধাকন্ঠ, ভাৰতৰত্ন ড° ভূপেন হাজৰিকা ৰ ৯৭সংখ্যক জন্মবাৰ্ষিকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে...
আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ,ৰাষ্ট্ৰীয় বজৰংগ দল বাক্সা জিলাৰ উদ্যোগত তামুলপুৰৰ ৰাজপথতউত্তালপ্ৰতিবাদ
আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ,ৰাষ্ট্ৰীয় বজৰংগ দল বাক্সা জিলাৰ উদ্যোগত তামুলপুৰৰ ৰাজপথতউত্তালপ্ৰতিবাদ
તળાજા રેશન શોપ એસોસીએશન દ્વારા કેવી ચીમકી સાથે આવેદન આપ્યું?જુઓ
તળાજા રેશન શોપ એસોસીએશન દ્વારા કેવી ચીમકી સાથે આવેદન આપ્યું?જુઓ