কৃষ্ণচূড়াৰ ৰঙেৰে ৰঙীন কাজিৰঙাৰ ৰাজপথ।প্ৰতিটো ঋতুৰ দৰে বৰ্ষা ঋতুৰ সময়ত কাজিৰঙাই লাভ কৰে ন ৰূপ।সচৰাচৰ এপ্ৰিল মাহৰ পৰা জুন পৰ্যন্ত কাজিৰঙাৰ ভিতৰে বাহিৰে কৃষ্ণচূড়া, ৰাধাচূড়া, এজাৰ, সোণাৰু আদি ফুলে জাতিষ্কাৰ হয়।কিন্তু শৰতৰ পূৰ্বে বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ফুলি আছে কৃষ্ণচূড়া। কৃষ্ণচূড়াৰ এই ৰূপে ৰঘাইপথটোৰে অহা যোৱা কৰা প্ৰতিজনৰে মন প্ৰাণ হৰি নিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Full Bulletin | 27.08.2022 | Raftaar Marathi Media
Full Bulletin | 27.08.2022 | Raftaar Marathi Media
જુના ડીસા હાઈવે પર ભંગારના વાડામાં અચાનક આગ લાગતાં અફડાતફડી મચી..
જુના ડીસા હાઈવે પર ભંગારના વાડામાં અચાનક આગ લાગતાં અફડાતફડી મચી..
राजस्थान में CBI का बड़ा एक्शन, NEET परीक्षा फर्जीवा़ड़े में झालावाड़ मेडिकल कॉलेज के 10 स्टूूडेन्ट लिप्त
झालावाड़। नीट परीक्षा पेपर लीक के तार अब झालावाड़ मेडिकल कॉलेज से भी जुड़ गए हैं। सीबीआई की टीम ने...
ব্যতিক্ৰমী ৰূপত কামৰূপ আৰক্ষী।
ব্যতিক্ৰমী ৰূপত কামৰূপ আৰক্ষী।খাকী পোছাক এৰি ফুটবল খেলপথাৰত কামৰূপ আৰক্ষী। আৰক্ষীৰ জনসম্পৰ্ক...