শনিবাৰে তিনিচুকীয়াৰ মাকুমত তিনিচুকীয়া জিলা বিজেপিৰ অ'বিচি মৰ্চাৰ এখনি গুৰুত্বপূৰ্ণ কাৰ্য্যনিৰ্বাহক সভা  অনুষ্ঠিত হয় ।

জিলা অ'বিচি মৰ্চাৰ সভাপতি পবিত্র গগৈৰ সভাপতিত্বত মাকুমস্থিত সাহিত্য সভা ভৱনত অনুষ্ঠিত হয় সভাখন ।

অ'বিচি মৰ্চাৰ সভাখনত তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি কোষকান্ত বড়া , বিজেপিৰ ৰাজ্যিক সদস্য অৰুনজ্যোতি মৰাণৰ উপৰিও অবিচি মৰ্চাৰ তিনিচুকীয়া জিলাৰ সদস্য সকলে অংশগ্ৰহণ কৰে