মাহমৰা বিধানসভা সমষ্টিৰ মিলন গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাঙলী জৰিগুৰী প্ৰাথমিক বিদ্যালয়ৰ পকী শ্ৰেণীকোঠাৰ বাবে এক সমস্যাৰ সন্মুখীন হৈ আছিল । মিলন গাঁও পঞ্চায়তৰ সভাপতি নৱ বৰুৱাৰ নেতৃত্বত প্ৰদান কৰা পঞ্চদশ বিত্তীয় আয়োগৰ ৫লাখ টকাৰে নিৰ্মিত শ্ৰেণীকোঠাটি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক শ্ৰী যুত যোগেন মহনে শুভ উদ্বোধন কৰে। ফলত দীৰ্ঘদিনৰ সমস্যাৰ কিছু সকাহ হল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
दो दिन के लिए रद्द रहेगी जोधपुर-साबरमती ट्रेनः मदार-पालनपुर रेलखंड पर होगा ब्रिज का काम, चार घंटे देरी से चलेगी श्रीगंगानगर-बांद्रा टर्मिनस
आबूरोड उत्तर पश्चिम रेलवे के मदार-पालनपुर रेलखंड पर जवाई बांध-मोरी बेडा स्टेशनों के बीच तकनीकी...
August के दौरान Mid Size SUV की बिक्री में हुई बढ़ोतरी, Mahindra Tata, MG Top-5 में शामिल
भारतीय बाजार में सबसे ज्यादा मांग एसयूवी सेगमेंट के वाहनों की होती है। इनमें मिड साइज एसयूवी...