মাহমৰা বিধানসভা সমষ্টিৰ মিলন গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাঙলী জৰিগুৰী প্ৰাথমিক বিদ্যালয়ৰ পকী শ্ৰেণীকোঠাৰ বাবে এক সমস্যাৰ সন্মুখীন হৈ আছিল । মিলন গাঁও পঞ্চায়তৰ সভাপতি নৱ বৰুৱাৰ নেতৃত্বত প্ৰদান কৰা পঞ্চদশ বিত্তীয় আয়োগৰ ৫লাখ টকাৰে নিৰ্মিত শ্ৰেণীকোঠাটি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক শ্ৰী যুত যোগেন মহনে শুভ উদ্বোধন কৰে। ফলত দীৰ্ঘদিনৰ সমস্যাৰ কিছু সকাহ হল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Indore: शूटिंग रेंज में शर्मनाक वारदात, आर्मी अफसर और युवती को रुपए लाने भेजा, दूसरी से किया रेप
Indore: शूटिंग रेंज में शर्मनाक वारदात, आर्मी अफसर और युवती को रुपए लाने भेजा, दूसरी से किया रेप
Farmers Protest : किसानों की सरकार से बातचीत में क्या बहस हुई? कहां पेंच फंसा?।Haryana Tak
Farmers Protest : किसानों की सरकार से बातचीत में क्या बहस हुई? कहां पेंच फंसा?।Haryana Tak
बूंदी जिले की वृंदावती आरटीडीसी होटल को पुनः शुरू करने की भी की मांग
बूंदी विधायक हरिमोहन शर्मा ने विधानसभा में उठाया बूंदी के पर्यटन का मुद्दासरकार रही जवाब देने में...
P Chidambaram on Modi Government: 'यूपीए के कंधों पर खड़ी हैं मोदी सरकार...', चिदंबरम का बीजेपी पर तंज
नई दिल्ली, वरिष्ठ कांग्रेस नेता पी. चिदंबरम ने केंद्र की उपलब्धियां गिनाने को लेकर सोमवार...
ৰাজ্য চৰকাৰে বন্ধ কৰি দিয়া চৰকাৰী বিদ্যালয় সমূহৰ বিৰোধীতাৰে গোলাঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ
ৰাজ্য চৰকাৰে বন্ধ কৰি দিয়া চৰকাৰী বিদ্যালয় সমূহৰ বিৰোধীতাৰে গোলাঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ...