ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কামৰূপ জিলা সংঘ চালক নিতীশ শৰ্মাৰ আজি পূৱা ৪-৪২ বজাত মৃত্যু হয়৷তেওঁৰ মৃত্যুত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ লগতে বিজেপিৰ শীৰ্ষ নেতা কৰ্মী সকলে গভীৰ শোক প্ৰকাশ কৰে৷ইয়াৰোপৰি নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম বৃক্ষ ৰোপণ আৰু শস্য সংৰক্ষণ উন্নয়ন নিগমৰ অধ্যক্ষ অশোক শৰ্মা,উত্তৰ হাজো যুৱ মৰ্চাৰ সভাপতি বসন্ত কলিতা আদিকৰি কেইবাজনো বিশিষ্ট লোকো শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জনাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Indian retailers have released the Redmi A2 and Redmi A2+ smartphones. - Newzdaddy
On May 23, Amazon and Mi.com will begin selling the entry-level Redmi A2 and Redmi A2+ in...
கடல் ஆமைகள் வாழ்விடத்தை கண்டறிய புதிய செயலி
நாளுக்கு நாள் கடல் ஆமைகளின் இனம்.. அழிந்து வருகிறது. இந்நிலையில் கடல் ஆமை வாழ்விடங்களை...
Vadodara: સયાજીગંજ વિધાનસભાના ધારાસભ્ય કેયુરભાઈ રોકડિયા ની ગ્રાન્ટ માંથી વિવિધ વિસ્તારમાં ખાતમુહૂર્ત
Vadodara: સયાજીગંજ વિધાનસભાના ધારાસભ્ય કેયુરભાઈ રોકડિયા ની ગ્રાન્ટ માંથી વિવિધ વિસ્તારમાં ખાતમુહૂર્ત
Police raid to capture Cherishterfield Thangkhiew was a botched up Operation: Report
Police raid to capture Cherishterfield Thangkhiew was a botched up Operation: Report