ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কামৰূপ জিলা সংঘ চালক নিতীশ শৰ্মাৰ আজি পূৱা ৪-৪২ বজাত মৃত্যু হয়৷তেওঁৰ মৃত্যুত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ লগতে বিজেপিৰ শীৰ্ষ নেতা কৰ্মী সকলে গভীৰ শোক প্ৰকাশ কৰে৷ইয়াৰোপৰি নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম বৃক্ষ ৰোপণ আৰু শস্য সংৰক্ষণ উন্নয়ন নিগমৰ অধ্যক্ষ অশোক শৰ্মা,উত্তৰ হাজো যুৱ মৰ্চাৰ সভাপতি বসন্ত কলিতা আদিকৰি কেইবাজনো বিশিষ্ট লোকো শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জনাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
প্ৰভাত ফেৰী আৰু এিৰংগা যাত্ৰা
শিৱসাগৰ জিলা ডিমৌ শিক্ষা খণ্ডৰ অন্তগত ৯১৪ নং থাওৰা জামুগুৰি প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু...
DEESA // ડીસા થી કલ્યાણા પગપાળા સંઘ પ્રસ્થાન કર્યું..
ડીસા થી કલ્યાણા પગપાળા સંઘ પ્રસ્થાન કર્યું..
અમર માતાની અસીમ કૃપાથી દર વર્ષની જેમ ચાલુ વર્ષે પણ...
Priyanka Gandhi ने PM Modi पर बोला हमला, 'देश के पीएम अपने लिए 8 हजार करोड़ के खरीद रहे विमान'
Priyanka Gandhi ने PM Modi पर बोला हमला, 'देश के पीएम अपने लिए 8 हजार करोड़ के खरीद रहे विमान'
LIVE - महाराष्ट्र विधानसभा पावसाळी अधिवेशन २०२२ | Maharashtra Vidhansabha Monsoon Session
LIVE - महाराष्ट्र विधानसभा पावसाळी अधिवेशन २०२२ | Maharashtra Vidhansabha Monsoon Session