মাজুলীত আকৌ ওলাইছে শিশু অপহৰণকাৰী। জেংৰাইমুখৰ ১নং বৰনলনিত নিশা ব্যাপক চাঞ্চল্য। ক’লা কাপোৰ পিন্ধি আঢ়ৈ বছৰীয়া শিশুক অপহৰণৰ অপচেষ্টা।