সশস্ত্ৰ সীমা বলৰ তেজপুৰ শালনিবাৰীৰ প্ৰসিক্ষণ শিবিৰৰ প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা উপ মহাপৰিদৰ্শক মনমোহন সিঙৰ নেতৃত্বত অজাদি কি অমৃত মহোৎসৱৰ উপলক্ষে হৰ ঘৰ তিৰঙ্গা কাৰ্য্যসূচীৰ সজাগতাৰে পদ যাত্ৰা কৰে। দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ঘৰে ঘৰে তিৰঙ্গা পতাকা উত্তোলন কাৰ্যসূচী অভিযান হাতত লয় । এই উপলক্ষে গাৱঁৰ ৰাইজৰ মাজত গৈ পতাকাৰ বিষয়ে অৱগত কৰাৰ লগতে সকলো লোককে অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্ট লৈকে প্ৰত্যেক ঘৰৰ লোককে তিৰঙ্গা পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় । আনহাতে সীমা বলৰ তৰফৰ পৰা ৰাইজক তিৰঙ্গা পতাকা যোগান ধৰাৰ হব বুলি আশ্বাস প্ৰদান কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Lucknow Heavy Rainfall: UP Vidhan Sabha के अंदर घुसा पानी, Shivpal Singh Yadav ने Video किया पोस्ट
Lucknow Heavy Rainfall: UP Vidhan Sabha के अंदर घुसा पानी, Shivpal Singh Yadav ने Video किया पोस्ट
P M નરેન્દ્ર મોદી ના માતા શ્રી હીરાબાનું નિધન..
વડાપ્રધાન નરેન્દ્ર મોદીના માતા
હિરાબાનું અમદાવાદની હોસ્પિટલમાં આજે સવારે અવસાન થયું છે....
महंगे शोक पूरा करने के लिए ओला टेक्सी ड्राइवर का अपहरण कर फिरौती मांगने वाले 3 बदमाश गिरफ्तार
कोटा जंक्शन के सामने युवक् का अपहरण कर फिरौती मानमे के प्रकरण में भीमगंजमण्डी पुलिस ने तीन...
વડોદરામાં 84 વર્ષના નર્મદાબેન રોજ 300 લોકો માટે જાતે ભોજન બનાવી અનોખું અન્નક્ષેત્ર ચલાવે છે,લોખંડી મનોબળ ધરાવતા નર્મદાબેન વિશે જાણો
આ દુનિયામાં એવા પણ લોકો છે જે બીજા માટે જીવે છે લોકોની સેવા કરી માનવતા મહેકાવતા રહે છે આવાજ એક...