তিনিচুকীয়া জিলাৰ বিভিন্ন আৰক্ষী থানাত থকা ১০৭ খন দুচকীয়া-চাৰিচকীয়া বাহন নিলামৰ চিন্তাচৰ্চা তিনিচুকীয়া আৰক্ষীৰ ৷ বিভিন্ন ঘটনাৰ সন্দৰ্ভত জব্দ কৰা আৰু কিছুমান দাবীহীন হিচাপে উদ্ধাৰ কৰা হৈছিল বাহনসমূহ। ক্ৰমান্বয়ে ক্ষতিগ্ৰস্ত হ’বলৈ ধৰিছে উক্ত বাহনসমূহ ৷ গতিকে কোনো দাবীতৰ্কই বৈধ নথিপত্ৰৰ সৈতে ৭ দিনৰ ভিতৰত তেওঁলোকৰ মালিকীস্বত্ব দাবী নকৰে তেন্তে নিয়ম অনুসৰি নিলাম কৰা হ’ব বুলি জানিব দিয়ে আৰক্ষী অধীক্ষকৰ কায্যালয়ৰপৰা ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पुण्यात ड्रायवरला शिव्या दिल्याने प्रवाशाची झाली फजिती; पहा व्हिडिओ
पुण्यात ड्रायवरला शिव्या दिल्याने प्रवाशाची झाली फजिती; पहा व्हिडिओ
চেঙাপথাৰৰ সববৰাহি তীৰ্থ বেকাৰ মৃত্যু
কলাই গাঁও সমিপৰ চেঙাপথাৰ নিবাসী তীৰ্থ ডেকাৰ যোৱ নিশা অসুস্থ হৈ মৃত্যু
মৰাণৰ শ্ৰীসম্ভাৰ দোকানৰ সন্মুখত জাবৰৰ দম, ব্যৱসায়ীৰ গা এৰা মন্তব্য
মৰাণৰ শ্ৰীসম্ভাৰ দোকানৰ সন্মুখত জাবৰৰ দম, ব্যৱসায়ীৰ গা এৰা মন্তব্য
કડીમાં ગૌરવ યાત્રા : નીતિનભાઈ પટેલે જાહેરસભા સંબોધતા કહ્યું ..કડીમાં ક્રિકેટ સ્ટેડિયમ બનશે, Video
ગુજરાત રાજ્યમાં ચૂંટણીના પડઘમ વાગી રહ્યા છે, ત્યારે નાના મોટા દરેક પક્ષ ચૂંટણીના પ્રચારમાં જોતરાઈ...