মঙলদৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ SO পুতুল ভড়ালীক নিলম্বন ৷

ছিপাঝাৰ সমষ্টিৰ দিপীলাত কেইবাটাও JJM আঁচনি পৰিদৰ্শন মন্ত্ৰী গৰাকীৰ ৷

দিপীলা স্থিত আঁচনি এটাত ব্যাপক খেলিমেলি প্ৰতক্ষ্য কৰি পৰিদৰ্শন কালতে মঙলদৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ SO পুতুল ভড়ালীক নিলম্বন মন্ত্ৰী গৰাকীৰ ৷ লগতে কাৰ্যবাহী অভিযন্তা সঞ্জীৱ শৰ্মাক কাৰণ দৰ্শোৱাৰ জাননী মন্ত্ৰী গৰাকীৰ ৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জিলাখনৰ আন বহু কেইটা আচনি কেন্দ্ৰীয় তদাৰকী গোটৰ দ্বাৰা তদাৰক কৰিব বুলি সাংবাদিকক জনাই ৷