অসম-অৰুণাচল প্ৰদেশৰ যুটীয়া প্ৰতিনিধি দলে চৰাইদেউ জিলাৰ বিবদমান এলেকা শুক্ৰবাৰে পৰিদৰ্শন কৰে। চৰাইপুঙ অঞ্চলৰ এই এলেকাটো দীৰ্ঘদিন ধৰি অৰুণাচল প্ৰদেশে বেদখল কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল ্্ ইয়াৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়া, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা প্ৰশাসনৰ লগতে অৰুণাচল প্ৰদেশৰ মন্ত্ৰী হনচুম নাংডাম, দুগৰাকী বিধায়ক সহ লংডিং জিলা প্ৰশাসনে যুটীয়াভাৱে পৰিদৰ্শন কৰে এলেকাটোৰ হাছিৰোচা, কামখোৰোচা আৰু টাংলামৰোচা। ইয়াৰ পাছতেই অৰুণাচল প্ৰদেশৰ মন্ত্ৰী হনচুম নাংডামে কি মন্তব্য আগবঢ়ালে চাওক এই প্ৰতিবেদন।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सिरदर्द का गंभीर प्रकार होता है Thunderclap Headache, माइग्रेन से इस तरह होता है अलग
सिरदर्द एक सामान्य स्थिति है, जिससे लगभग सभी गुजर चुके हैं। सिरदर्द जब स्ट्रेस या आंखों की...
Sanjay Singh की मां बोलीं ईमानदार बेटे को गिरफ्तार करने वाला बर्बाद हो जाएगा, एक मां का श्राप है
Sanjay Singh की मां बोलीं ईमानदार बेटे को गिरफ्तार करने वाला बर्बाद हो जाएगा, एक मां का श्राप है
શું શિક્ષણ કે શિક્ષકો ના કોઈ પ્રશ્નો નથી..??
વિવાદમાં સપડાયેલી ફિલ્મ પઠાણના રિલીઝ સામે હવે રાષ્ટ્રીય શૈક્ષિક મહાસંઘ પણ મેદાને આવ્યુ છે.અને...
અમારા વગર નહીં ચાલે તેવું માનનારા નેતાઓને ભાજપે હાંસિયામાં ધકેલ્યા - Prashant Dayal
અમારા વગર નહીં ચાલે તેવું માનનારા નેતાઓને ભાજપે હાંસિયામાં ધકેલ્યા - Prashant Dayal