নাজিৰাৰ মেকিপুৰ বাগিছাৰ হাতীপটি শাখাৰ প্ৰায় ৭২ বিঘা মাটিত থকা চাহ গছ উচ্ছেদ কৰি নতুন খনন ONGC (L)ৰ

অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ONGC (L)ৰ দ্বাৰা চলোৱা চাহ গছ উচ্ছেদৰ বিৰোধিতা ।