কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যোৱা বুধবাবে আবেলি জিলাখনৰ অন্তৰ্গত কঞাঁ ৰাজহচক্ৰৰ চমুখাৰ বৰলীয়া নৈৰ ভগ্ন মঠাউৰি অংশ পৰ্য্যবেক্ষন কৰে৷ইয়াৰ আগতে মন্ত্ৰী গৰাকীয়ে কঞাঁ ৰাজহচক্ৰ বিষয়াৰ লগত বানাক্ৰান্ত ৰাইজে ক্ষতিপূৰণ সঠিক ভাবে পাইছেনে তাৰো আভাস লোৱাৰ উপৰিও পাবলৈ বাকী থকা সকলোকো তালিকা ভূক্ত কৰাৰ পৰামৰ্শ দিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
विनयभंग प्रकरणी आरोपीला पाच वर्षाची शिक्षा यवतमाळच्या अतिरिक्त सत्र न्यायाधीश चा निकाल
यवतमाळ घरी नींबू घेऊन आलेल्या अल्पवयीन मुलीचा विनयभंग केल्याप्रकरणी आरोपीला पाच वर्षाची शिक्षा व...
રખડતા ઢોર મુદ્દે વિપક્ષ હરકતમાં
#buletinindia #gujarat #ahmedabad
गुप्ता बने अखिल भारतीय राज्य पेंशनर महासंघ दिल्ली के उपाध्यक्ष
बून्दी। राजस्थान पेंशनर समाज जिला शाखा कोटा के अध्यक्ष एवं राजस्थान पेंशनर समाज राजस्थान प्रदेश...
দক্ষিণ শালমাৰৰ মহুৰীৰ চৰ গাওঁ পঞ্চায়তৰ ২৩৫ গৰাকী লোক বান সাহায্যৰ পৰা বঞ্চিতঃ সাহায্য বিচাৰি হাহাকাৰ
দক্ষিণ শালমাৰৰ মহুৰীৰ চৰ গাওঁ পঞ্চায়তৰ ২৩৫ গৰাকী লোক বান সাহায্যৰ পৰা বঞ্চিতঃ সাহায্য বিচাৰি হাহাকাৰ