ৰাষ্ট্ৰীয় সমবায় সংঘ অসমৰ উদ্যোগত মৰিগাঁও চহৰৰ পবিতৰা হাটত এখন সমবায় সজাগতা সভা অনুষ্ঠিত হৈ যায়। মৰিগাঁও জিলা সমবায় সংঘৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক উপেন চন্দ্ৰ ডেকাই বন্তি প্ৰজ্বলনৰে কাৰ্যসূচী শুভৰাম্ভ কৰা সমবায় সজাগতা সভাখন সঞ্চালনা কৰে অসম ৰাজ্যিক সমবায় সংঘৰ মুখ্য কাৰ্যবাহী বিষয়া চামচুদ্দিন আহমেদে। ভাৰতীয় ৰাষ্ট্ৰীয় সমবায় সংঘৰ মৰিগাঁও জিলাৰ প্ৰকল্প বিষয়া মহেশ শৰ্মাই আঁত ধৰা সভাখনত মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ড০ ৰিজুস্মিতা শৰ্মা ডেকা,মৰিগাঁও পৌৰসভাৰ প্ৰকল্প বিষয়া ৰূপজ্যোতি বৰা,মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড০ অচ্যুত দাস,ড০ কল্যাণ দাস,মৰিগাঁও এ আৰ চি এচৰ বিষয়া চাইফুদ্দিন আহমেদে কৃষি ক্ষেত্রখনত সমবায় সমিতি সমূহৰ ভূমিকাৰ ওপৰত ব্যাখ্যা দাঙি ধৰে।বঘৰা সমবায় সমিতিৰ সভাপতি খগেন বৰদলৈ,দুগ্ধ পালক হীৰেন শৰ্মাকে আদি কৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থকা সভাখনত কৃষি ক্ষেত্রখনত সামূহিক ঐক্যবদ্ধতাই কিদৰে স্বাৱলম্বিতা আৰু আত্মনিৰ্ভৰশীল হব পাৰি তাৰ ওপৰত বিস্তৃত ভাবে আলোকপাত কৰে বক্তা সকলে।তদুপৰি সংঘবদ্ধতাই স্বাৱলম্বিতাৰ পথ দেখুওৱা কেইবাটাও উদাহৰণ দাঙি ধৰি উপস্থিত পুৰুষ মহিলা সকলক উৎসাহিত কৰে বক্তা সকলে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ખેતીમાં ડ્રોનના ઉપયોગને લીલી ઝંડી Drone Agriculture Technology
Drone Agriculture Technology
કેન્દ્ર સરકારે ખેતીમાં ડ્રોન (Drones For Farming) ના ઉપયોગને લીલી...
संकट से जूझ रही इंडस्ट्री को बचाने के लिए पूरे बॉलीवुड ने योगीनाथ से मदद की गुहार लगाई
संकट से जूझ रही इंडस्ट्री को बचाने के लिए पूरे बॉलीवुड ने योगीनाथ से मदद की गुहार लगाई
और...
આવતીકાલે કયા વિસ્તારમાં વીજ પ્રવાહ બંધ રહેશે
તા. 24.06.2023 ના રોજ દાહોદ શહેરના ૧૧કેવી રેસ્ટ હાઉસ ફીડરનો છીપા વાડ, એમ જી રોડ, નવા...
द्वितीय रोजगार उत्सव कार्यक्रम आयोजित, जिले के 180 नवनियुक्त कार्मिक को मिले नियुक्ति पत्र
द्वितीय रोजगार उत्सव में नव नियुक्त कार्मिकों की राजकीय सेवाओं की शुरुआत उत्सवी माहौल में हुई।...
गहलोत सरकार के इस अभियान पर जांच की आंच, सरकार को भारी फर्जीवाड़े की आशंका
पूर्ववर्ती कांग्रेस सरकार में प्रशासन शहरों के संग अभियान में फर्जी पट्टों की जांच का दायरा और...