ৰাষ্ট্ৰীয় সমবায় সংঘ অসমৰ উদ্যোগত মৰিগাঁও চহৰৰ পবিতৰা হাটত এখন সমবায় সজাগতা সভা অনুষ্ঠিত হৈ যায়। মৰিগাঁও জিলা সমবায় সংঘৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক উপেন চন্দ্ৰ ডেকাই বন্তি প্ৰজ্বলনৰে কাৰ্যসূচী শুভৰাম্ভ কৰা সমবায় সজাগতা সভাখন সঞ্চালনা কৰে অসম ৰাজ্যিক সমবায় সংঘৰ মুখ্য কাৰ্যবাহী বিষয়া চামচুদ্দিন আহমেদে। ভাৰতীয় ৰাষ্ট্ৰীয় সমবায় সংঘৰ মৰিগাঁও জিলাৰ প্ৰকল্প বিষয়া মহেশ শৰ্মাই আঁত ধৰা সভাখনত মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ড০ ৰিজুস্মিতা শৰ্মা ডেকা,মৰিগাঁও পৌৰসভাৰ প্ৰকল্প বিষয়া ৰূপজ্যোতি বৰা,মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড০ অচ্যুত দাস,ড০ কল্যাণ দাস,মৰিগাঁও এ আৰ চি এচৰ বিষয়া চাইফুদ্দিন আহমেদে কৃষি ক্ষেত্রখনত সমবায় সমিতি সমূহৰ ভূমিকাৰ ওপৰত ব্যাখ্যা দাঙি ধৰে।বঘৰা সমবায় সমিতিৰ সভাপতি খগেন বৰদলৈ,দুগ্ধ পালক হীৰেন শৰ্মাকে আদি কৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থকা সভাখনত কৃষি ক্ষেত্রখনত সামূহিক ঐক্যবদ্ধতাই কিদৰে স্বাৱলম্বিতা আৰু আত্মনিৰ্ভৰশীল হব পাৰি তাৰ ওপৰত বিস্তৃত ভাবে আলোকপাত কৰে বক্তা সকলে।তদুপৰি সংঘবদ্ধতাই স্বাৱলম্বিতাৰ পথ দেখুওৱা কেইবাটাও উদাহৰণ দাঙি ধৰি উপস্থিত পুৰুষ মহিলা সকলক উৎসাহিত কৰে বক্তা সকলে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ચોરાઉ બાઇક સાથે શખ્સ ઝડપાયો
જીલ્લા પોલીસ વડા હરેશ દુધાત તથા ડીવાયએસપી એચ પી દોશીની સુચનાથી તથા સુ.સીટી એ ડીવી પો.સ્ટેના ઈ...
Seema Haider को घर से उठा ले गई UP ATS, सादी वर्दी में पहुंची थी पुलिस | BREAKING NEWS | UP Police
Seema Haider को घर से उठा ले गई UP ATS, सादी वर्दी में पहुंची थी पुलिस | BREAKING NEWS | UP Police
टाटा ग्रुप की हुई यह सरकारी कंपनी, खबर सुन शेयरों की बढ़ गई खरीदारी
Tata Group की कंपनी टाटा स्टील लॉन्ग प्रोडक्ट्स (TSLP) ने सरकारी कंपनी नीलाचल इस्पात निगम लिमिटेड...
कोटा, राजस्थान !! मंडाना क़स्बे हर्षोल्लास के साथ मना स्वतंत्रता दिवस !!
कोटा, राजस्थान मंडाना क़स्बे में हर्षोल्लास के साथ मना स्वतंत्रता दिवस !!
Chugh demands ECI to ban Kejriwal, Sisodia facing criminal charges to campaign in Ludhiana
BJP national general secretary Tarun Cugh today demanded that the Election Commision of India...