ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত বগাদাত প্ৰাথমিক গোট ছাত্ৰ সন্থাৰ বাৰ্ষিক প্ৰতিনিধি সভাখন আজি পানীবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত হয়। উক্ত সভাই নৱগঠিত সমিতি খনত সভাপতি জয়ন্ত চেতীয়া আৰু সাধাৰণ সম্পাদক হিৰণ্য দাসকে ধৰি ৪৯ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰা হয়। পুৰণা সমিতি ভংগ কৰি নতুন সমিতিক আজি প্রতিনিধি সভাই দায়িত্ব অৰ্পণ কৰা হয়। নৱনিৰ্বাচিত সভাপতি,সম্পাদকে ধৰি নতুন সমিতিৰ সকলো বিষয়ববীয়ালৈ অভিনন্দন তথা শুভেচ্ছা জনায় ৰাজগড়ৰ আঞ্চলিক ছাত্ৰ সন্থাই
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ग्राम इंद्रपुरिया में हरियालो राजस्थान , एक पौधा मां के नाम केशोरायपाटन
ग्राम इंद्रपुरिया में हरियालो राजस्थान , एक पौधा मां के नाम
केशोरायपाटन
अभियान तहत,...
Ashok Gehlot की ये स्कीम क्या उन्हें Rajasthan Elections में जीत दिला सकती है? (BBC Hindi)
Ashok Gehlot की ये स्कीम क्या उन्हें Rajasthan Elections में जीत दिला सकती है? (BBC Hindi)
চৰাইদেউ জিলাত পোষণ পষেকৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন
চৰাইদেউ জিলাত পোষণ পষেকৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন
Animal और Sam Bahadur की होगी टक्कर, Advance Booking में आगे निकल रही Animal
Animal और Sam Bahadur की होगी टक्कर, Advance Booking में आगे निकल रही Animal