২৮ আগষ্টত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ সময়তো বন্ধ হ’ব ইন্টাৰনেট সেৱা। এই সেউজ সংকেত প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ২১ আগষ্টত অনুষ্ঠিত হোৱা চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ সময়ত ৰাজ্য চৰকাৰে ইন্টাৰনেট সেৱা কৰ্তনৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল ৰাজু প্ৰসাদ শৰ্মা নামৰ এজন ব্যক্তিয়ে। ইন্টাৰনেট সেৱা বন্ধ কৰাৰ ফলত ওলা-উবেৰ-ৰেপিড চালক সকলৰ লগতে ইন্টাৰনেটৰ জৰিয়তে ব্যৱসায় কৰা সকলৰ আৰ্থিক লোকচান হোৱাৰ দাবী তুলি উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল আবেদন। এই আবেদনৰ দুদিন শুনানি গ্ৰহণৰ অন্তত শুকুৰবাৰে আদালতে ২৮ আগষ্টতো ইণ্টাৰনেট সেৱা কৰ্তনৰ সেউজ সংকেত প্ৰদান কৰে। ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত যাতে কোনো ধৰণৰ বিসংগতিৰ সৃষ্টি নহয় তাৰ বাবে ইন্টাৰনেট সেৱা কৰ্তনৰ সিদ্ধান্ত চৰকাৰৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ಬೆಂಗಳೂರಿನ ಮೇಡಹಳ್ಳಿಯ ಕರ್ಣಶ್ರೀ ಲೇಔಟ್ ನಲ್ಲಿ "ಕರ್ನಾಟಕ ರತ್ನ-ಪವರ್ ಸ್ಟಾರ್ ಪುನೀತ್ ರಾಜಕುಮಾರ್ ಅವರ 49ನೇ ಹುಟ್ಟುಹಬ್ಬವನ್ನು ಆಚರಿಸಿದರು.
ಮಾರ್ಚ್ 17, 2024
ಬೆಂಗಳೂರಿನ ಮೇಡಹಳ್ಳಿಯ ಕರ್ಣಶ್ರೀ ಲೇಔಟ್ ನಲ್ಲಿ " ಯುವ ಪುನೀತ್ ಅಭಿಮಾನಿ ಸಂಘದ ಸದಸ್ಯರು"...
'ಕಾಂತರಾಜ್ ವರದಿ'ಯು ಅವೈಜ್ಞಾನಿಕವಾಗಿದೆ. ರಾಜ್ಯ ಸರ್ಕಾರವು ಜಾತಿಗಣತಿಯನ್ನು ಜಾರಿಗೊಳಿಸಬಾರದು ಎಂದು 'ರಾಜ್ಯ ಒಕ್ಕಲಿಗರ ಮೀಸಲಾತಿ ಹೋರಾಟ ಸಮಿತಿ ಸದಸ್ಯರು ಒತ್ತಾಯಿಸಿದರು.
ಅಕ್ಟೋಬರ್ 10, 2024
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ 'ರಾಜ್ಯ ಒಕ್ಕಲಿಗರ ಮೀಸಲಾತಿ ಹೋರಾಟ ಸಮಿತಿ - ಕರ್ನಾಟಕ'...
Pakistan Politics: 'पाक सेना मुझे अगले 10 साल तक जेल में रखना चाहती है', इमरान खान ने आर्मी पर लगाया आरोप
लाहौर,पाकिस्तान के पूर्व प्रधानमंत्री इमरान खान ने सोमवार को दावा किया कि देश के शक्तिशाली सैन्य...