গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে আজি আধাৰ পঞ্জীয়ন সন্দৰ্ভত উপায়ুক্তৰ কাৰ্যালয় কক্ষতে এখন বৈঠকত মিলিত হয় । তেওঁ জিলাখনত এতিয়াও পঞ্জীয়ন নোহোৱা প্ৰায় ৭০,০০০ লোকৰ পঞ্জীয়ন প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে সম্পন্ন কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে । তেওঁ চাহ বাগিচা অঞ্চলত আধাৰ পঞ্জীয়নৰ বিষয়টোত বিশেষভাবে গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে । বৈঠকত অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা, সহকাৰী আয়ুক্ত অম্লান ফুকন আৰু সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
2024 Force Gurkha 3-door और 5-door भारतीय बाजार में लॉन्च, जानिए कीमत और स्पेसिफिकेशन
2024 Force Gurkha 3-door की कीमत 16.75 लाख रुपये है जबकि Gurkha 5-door के लिए आपको 18 लाख रुपये...
મંત્રી કુબેરભાઈ ડીડોર કાર્યાલય સંતરામપુર ખાતે ઉપસ્થિત રહ્યા
મંત્રી કુબેરભાઈ ડીડોર કાર્યાલય સંતરામપુર ખાતે ઉપસ્થિત રહ્યા
US ने दी धमकी तो एक्शन में आए NSA डोभाल, अमेरिकी सुरक्षा सलाहकार को घुमा दिया फोन
नई दिल्ली। जब से प्रधानमंत्री नरेंद्र मोदी रूस की यात्रा से वापस लौटें हैं, तभी से अमेरिका...
Full Bulletin | 26 Sep 2022 | Raftaar Marathi Media
Full Bulletin | 26 Sep 2022 | Raftaar Marathi Media