দৰঙৰ কৌপাটীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ দৰং জিলাৰ উদ্যোগত বল্লভ ভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৭ দিন ধৰি চলি থকা প্ৰাথমিক শিক্ষা বৰ্গৰ সামৰণি পৰে । সামৰণিৰ দিনা বল্লভ ভাই পেটেল বিদ্যালয়ৰ পৰা কৌপাতী অঞ্চলত প্ৰায় তিনি কিমি পথ সঞ্চলন অনুষ্ঠিত হৈ যায়৷ পথ সঞ্চলনত জিলা কাৰ্যনিৰ্বাহ ধ্ৰুৱ জ্যোতি বৰুৱা, দলগাওঁ খণ্ডৰ সংঘ চালক অশোক উপাধ্যায়, বৰ্গ কাৰ্যবাহ গোবিন্দ শৰ্মা বৰুৱাৰ লগতে শতাধিক স্বয়ংসেৱকে অংশ গ্ৰহণ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ಸಿನಿಮಾ ಪೈರೆಸಿ ತಡೆಗಟ್ಟುವುದು & ಸಿನಿಮಾ ಕ್ಷೇತ್ರದ ಹಲವು ಸಮಸ್ಯೆಗಳನ್ನು ಬಗೆಹರಿಸಲು, ಸಿನಿಮಾ ರಂಗದವರೆಲ್ಲರನ್ನೂ ಸೇರಿಸಿ ಕೆಲಸ ಮಾಡುವ ಬಗ್ಗೆ 'ಫಿಲ್ಮ್ ಮೇಕರ್ಸ್ ಕೌನ್ಸಿಲ್ (ರಿ)' ಸದಸ್ಯರು ಮಾತನಾಡಿದರು.
ಬೆಂಗಳೂರು, ಮಾರ್ಚ್ 1, 2025
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ 'ಫಿಲ್ಮ್ ಮೇಕರ್ಸ್ ಕೌನ್ಸಿಲ್ (ರಿ)' ಸದಸ್ಯರು...
সোণাৰিৰ পানবাৰীত বন বিষয়াৰ বিৰুদ্ধে শিল ব্যৱসায়ীৰ অভিযোগ
সোণাৰিৰ পানবাৰীত বন বিষয়াৰ বিৰুদ্ধে শিল ব্যৱসায়ীৰ অভিযোগ। পানবাৰীত জিলা বন বিষয়াৰ বিৰুদ্ধে...
5669 रुपये में मिल रहा iPhone के फीचर वाला Smartphone, स्पेशल लॉन्च प्राइस पर आज मिलेगा सस्ता
एपल ने अपनी लेटेस्ट आईफोन सीरीज (Apple iPhone 15 Series) 79900 रुपये की शुरुआती कीमत पर लॉन्च की...
সৰুপথাৰৰ মহিলা বজাৰ উদ্বোধন
সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনে আজি গোলাঘাট দক্ষিণ উন্নয়ন খণ্ড, সৰুপথাৰৰ অধীনৰ পানজান...