মাকুম অঞ্চলৰ হেবাদা গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ প্ৰতিভাসম্পন্ন খেলুৱৈ ক্ৰমে দিচা মৰাণ আৰু দিপাশা মৰাণে অলপতে অনুষ্ঠিত হোৱা 2nd All Assam kalaripayatu chanpionship 2022 ত Fight ত জুনিয়ৰ ছোৱালীৰ শাখাত তিনিচুকীয়া জিলাৰ হৈ প্ৰতিনিধিত্ব কৰি ব্ৰজ্ঞৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। সেই উপলক্ষে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাকুম আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে ।
দিচা মৰাণ আৰু দিপাশা মৰাণক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাকুম আঞ্চলিক সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা
