মৰিগাঁৱত অসম মহিলা সংঘৰ ৰাজ্যিক অভিবৰ্ত্তন ।মহিলাৰ আৰ্থ সামাজিক অধিকাৰ প্ৰতিষ্ঠাৰ হকে শক্তিশালী সংগ্ৰাম গঢ়ি তোলাৰ আহ্বানেৰে বাওঁপন্থী মহিলা সংগঠন অসম মহিলা সংঘই মৰিগাঁৱত অনুষ্ঠিত কৰে ৰাজ্যিক অভিবৰ্ত্তন। মৰিগাঁৱৰ প্ৰবীন বাওঁপন্থী নেত্ৰী গংগা খাটনীয়াৰৰ লগতে কেইবাগৰাকীও মহিলা নেত্ৰীৰ উদ্যোগত গান্ধীভৱনত অনুষ্ঠিত অভিবৰ্ত্তনত অসমী গগৈকে ধৰি কেইবাগৰাকীও ৰাজ্যিক মহিলা নেত্ৰী উপস্থিত থাকে। লগতে প্ৰাক্তন বিধায়ক তথা প্ৰবীণ কমিউনিষ্ট নেতা মুনীন মহন্তইয়ো অভিবৰ্তনত অংশলৈ মহিলাৰ অধিকাৰ সন্দৰ্ভত কয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চৰাইদেউত লোক আদালতৰ আয়োজন
চৰাইদেউ জিলাত ১৩ আগষ্টত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন
সোণাৰি, ৩ আগষ্ট: সমগ্ৰ অসমৰ লগতে চৰাইদেউ...
মৰিগাঁৱত শনিবাৰে সত্যৰঞ্জন বৰাৰ বৃন্দাবনী বস্ত্ৰ লৈ প্ৰতিক্ৰিয়া।
মৰিগাঁৱত শনিবাৰে সত্যৰঞ্জন বৰাৰ বৃন্দাবনী বস্ত্ৰ লৈ প্ৰতিক্ৰিয়া কৰি কয় যে দক্ষিণ পাট সত্ৰই...
अब TATA Group बनाएगा Apple के 'मेड इन इंडिया' iPhones | Iphone 15 | Gadgets | Qatar | वनइंडिया हिंदी
अब TATA Group बनाएगा Apple के 'मेड इन इंडिया' iPhones | Iphone 15 | Gadgets | Qatar | वनइंडिया हिंदी
आंतरमहाविद्यालयीन वेटलिफ्टिंग स्पर्धेत तृतीय वर्ष वाणिज्य शाखेची दिशा झोरे प्रथम
रत्नागिरी- मुंबई विद्यापीठ आणि गोगटे जोगळेकर महाविद्यालय आयोजित आंतरमहाविद्यालयीन कोकण विभाग...
क्या सेफ है पब्लिक वाई-फाई? यूज करते वक्त क्यों बरतनी चाहिए सावधानी
Public Wi-Fi safety फ्री होने की वजह से लोगों में पब्लिक वाई-फाई खूब पॉपुलर हो गया है। इस नेटवर्क...