মৰিগাঁৱত অসম মহিলা সংঘৰ ৰাজ্যিক অভিবৰ্ত্তন ।মহিলাৰ আৰ্থ সামাজিক অধিকাৰ প্ৰতিষ্ঠাৰ হকে শক্তিশালী সংগ্ৰাম গঢ়ি তোলাৰ আহ্বানেৰে বাওঁপন্থী মহিলা সংগঠন অসম মহিলা সংঘই মৰিগাঁৱত অনুষ্ঠিত কৰে ৰাজ্যিক অভিবৰ্ত্তন। মৰিগাঁৱৰ প্ৰবীন বাওঁপন্থী নেত্ৰী গংগা খাটনীয়াৰৰ লগতে কেইবাগৰাকীও মহিলা নেত্ৰীৰ উদ্যোগত গান্ধীভৱনত অনুষ্ঠিত অভিবৰ্ত্তনত অসমী গগৈকে ধৰি কেইবাগৰাকীও ৰাজ্যিক মহিলা নেত্ৰী উপস্থিত থাকে। লগতে প্ৰাক্তন বিধায়ক তথা প্ৰবীণ কমিউনিষ্ট নেতা মুনীন মহন্তইয়ো অভিবৰ্তনত অংশলৈ মহিলাৰ অধিকাৰ সন্দৰ্ভত কয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહુવા ધાવડી ચોકમાં સતત એક મહીનાથી ગટરના ગંદા ઉભરાયા પાણી
મહુવા ધાવડી ચોકમાં સતત એક મહીનાથી ગટરના ગંદા ઉભરાયા પાણી
राजीव गांधी यांच्या जयंतीनिमित्त जिल्हाधिकारी यांनी दिली सद्भावना दिवस प्रतिज्ञा
माजी प्रधानमंत्री दिवंगत राजीव गांधी यांच्या जयंतीनिमित्त अमरावती जिल्हाधिकारी पवनीत कौर यांनी...
ICICI બેન્ક સહિત આ બેન્કોએ વ્યાજદરો વધાર્યા, જાણો કેટલા દર વધાર્યા
નવા મહિનાની શરૂઆતથી જ લોકોને વધુ એક આંચકો લાગશે. વાસ્તવમાં, પ્રાઇવેટ સેક્ટરની મોટી બેન્ક ICICI...
निपुण भारत योजने अंतर्गत शिक्षकांना प्रशिक्षण प्रशिक्षणार्थी शिक्षकांचे मनोगत बघूया काय म्हणालेत.
निपुण भारत योजने अंतर्गत शिक्षकांना प्रशिक्षण प्रशिक्षणार्थी शिक्षकांचे मनोगत बघूया काय म्हणालेत.