কাজিৰঙাত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ ৰাইজৰ।বোকাখাত সমষ্টিৰ অন্তৰ্গত পশ্চিম কাজিৰঙা গাওঁ পঞ্চায়তৰ অধীনৰ হালোৱা এন চি গাৱৰ ৭ নং ৱাৰ্ডৰ লোকসকলৰ খোৱাপানীৰ উৎস হৈছে পাহাৰৰ পৰা বৈ অহা এটা জুৰীৰ পানী। লেতেৰা, অপৰিষ্কাৰ পানী সেৱন কৰিয়েই দিন অতিবাহিত কৰিব লগা হৈছে লোকসকলে।যি সময়ত জল জীৱন মিচন আচনিৰ জৰিয়তে ৰাজ্যত বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে তেনে সময়তে অঞ্চলটোৰ এই পৰিবেশে উন্মোচন কৰিছে আচনিৰ সাৰ্থকতা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
🔴LIVE Gopal Uvak Mandal Rajula || Rajula RasGarba Live || Bhavn Bhia Bharavd Live || Bhart Parmar
🔴LIVE Gopal Uvak Mandal Rajula || Rajula RasGarba Live || Bhavn Bhia Bharavd Live || Bhart Parmar
BIG BICEPS KAISE KARE | Hath mota kaise kare | Arms workout and tips
BIG BICEPS KAISE KARE | Hath mota kaise kare | Arms workout and tips
ৰহা কটহগুৰি নেহৰু প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়া বহী বিতৰন কৰে North East Small Finance বেঙ্কয়ে।
ৰহা কনথলি পঞ্চায়তৰ অন্তৰ্গত ৰহা কটহগুৰি নেহৰু প্ৰাথমিক বিদ্যালয় ত আজি বিদ্যালয় প্ৰধান শিক্ষক...
ગિરનારના અધિષ્ઠાતા ભગવાન દત્ત જયંતિની ભવનાથ ખાતે ગિરનાર મંડળના સાધુ સંતો દ્વારા આસ્થાભેર ઉજવણી
ગિરનારના અધિષ્ઠાતા ભગવાન દત્ત જયંતિની ભવનાથ ખાતે ગિરનાર મંડળના સાધુ સંતો દ્વારા આસ્થાભેર ઉજવણી