শুক্ৰবাৰে সন্ধিয়া তিনিচুকীয়া-মাকুম পথত সংঘটিত হয় এক ভয়ানক পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুগৰাকী ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি As01 Fb4030 নম্বৰৰ এখন তীব্ৰগতিত অহা ভেন’ বাহনে খুন্দা মাৰে তিনিখনকৈ বাহনক ৷ ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত দুগৰাকীক চিকিৎসাৰ কাৰণে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ বাহনখন জব্দ কৰি আটক কৰে তিনিওগৰাকী আৰোহীক ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઘોઘાના ઘાંચીવાડા વિસ્તારના રામદેવપીર મિત્ર મંડળના યુવાનો નો પગપાળા સંઘ રણુજા ખાતે પહોંચ્યો
ઘોઘાના ઘાંચીવાડા વિસ્તારના રામદેવપીર મિત્ર મંડળના યુવાનો નો પગપાળા સંઘ રણુજા ખાતે પહોંચ્યો
પાલનપુરમાં નર્સ પર પૂર્વ મંગેતરે દુષ્કર્મ આચરતાં ચકચાર
પાલનપુરની ખાનગી હોસ્પિટલમાં નોકરી કરી ભાડાના મકાનમાં રહેતી નર્સ ઉપર તેણીના પૂર્વ મંગેતરે પતિને...
हरियाणा चुनाव के लिए किसान संगठनों का बड़ा फैसला, 'बदला लेने का समय आ गया, BJP को...’
संयुक्त किसान मोर्चा (गैर-राजनीतिक) और किसान मजदूर मोर्चा के बैनर तले किसानों ने रविवार को यहां...
*গোলাঘাট সদৰ থানাৰ সন্মুখত ৰখাই থোৱা অৱস্থাতেই দাও দাও কৈ জ্বলি উঠিল এখন ইন্দিগ বাহন l* গোলাঘাট সদৰ
*গোলাঘাট সদৰ থানাৰ সন্মুখত ৰখাই থোৱা অৱস্থাতেই দাও দাও কৈ জ্বলি উঠিল এখন ইন্দিগ বাহন l* গোলাঘাট...
Civil Services Day: 'लोक सेवक शासन, लोक कल्याण को आगे बढ़ाने में महत्वपूर्ण भूमिका निभाते हैं', PM मोदी ने नौकरशाहों को शुभकामनाएं
नई दिल्ली। प्रधानमंत्री नरेन्द्र मोदी और केंद्रीय गृह मंत्री अमित शाह ने सिविल सेवा दिवस पर...