নতুন শিক্ষাবৰ্ষ আৰম্ভণিৰ পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৩৩ শতাংশ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লোৱাৰ পাছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কেইবাদিনো ধৰি স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ নেতৃত্বত বিশ্ববিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । কিন্ত ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰিলেও ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ত:গাঁথনি উন্নয়ন কৰাৰ স্বাৰ্থত মাচুল বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰা নহয় বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘোষণা কৰাৰ পাছতেই আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলে বিক্ষোভ কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ আহ্বানত মৰাণ মহাবিদ্যালয় ছাত্ৰ একতা সভাই এইদৰে মহাবিদ্যালয়খনৰ প্ৰৱেশ দ্বাৰৰ মূল তোৰণৰ সন্মুখত বহি মাচুল বৃদ্ধিৰ সিদ্ধান্তৰ বিৰোধীতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদ স্থলীৰ পৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক এই সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনাই মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भारत में BF-7 वैरिएंट के मिले 4 केस, चीन में इसी ने किया कोरोना विस्फोट
भारत में कोरोना BF-7 वैरिएंट के चार मामले सामने आए हैं. चौथा केस गुजरात के वडोदरा में मिला है....
જોતા જ રહી જશો આ ડાન્સિંગ પુલને... બે ધડી આવશે વિચાર કે પુલ પણ કરે છે ડાન્સ? @Muskan News
વાયરલ વીડિયો:આ વિડિયો અનુસાર હવાના લીઘે એક પુલ સખત રીતે હલી રહ્યો છે ત્યારે વિડિયો જોઈને તમને પણ...
Driving Tips: ड्राइविंग के दौरान न करें ये तीन गलतियां, नहीं तो खराब हो जाएगा क्लच प्लेट
बहुत बार ऐसा होता है कि लोग अपनी कार को सही से ड्राइव नहीं करते हैं जिसकी वजह से उनको कार को...
સોના-ચાંદીના ભાવમાં ઉછાળો, સોનું રેકોર્ડ ઊંચાઈની નજીક પહોંચ્યું, જાણો નવીનતમ ભાવ
વૈશ્વિક બજારના સંકેતો વચ્ચે સપ્તાહના ચોથા કારોબારી દિવસે સોના અને ચાંદીના ભાવમાં ફરી ઉછાળો જોવા...
શિનોર માલસરથી માંડવા ગામને જોડતો માર્ગ 6 મહિનામાં બિસ્માર 2022 | Spark Today News Vadodara
શિનોર માલસરથી માંડવા ગામને જોડતો માર્ગ 6 મહિનામાં બિસ્માર 2022 | Spark Today News Vadodara