কোকৰাঝাৰ জিলাৰ অন্তৰ্গত চালাখাটি নয়াচৰাত অঙ্কন। জিলাৰ অন্তৰ্গত বাচুগাঁও গুৰুকুল বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰী কঢ়িওৱা স্কুল বাছত শিলগুটি নিক্ষেপ দুৰ্বৃত্তৰ। ঘটনা স্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ আৰক্ষীৰ। ঘটনাৰ সংক্ৰান্তত বিদ্যালয়ৰ কৰ্তৃপক্ষই ইতিমধ্যে চালাখাটি আৰক্ষী চকীত গোচৰ ৰুজু কৰা হৈছে। সোধ পোচৰ বাবে এজনক আৰক্ষীয়ে আটক কৰিছে যদিও দুজন পলাতক অবস্থাত আছে। আজি পুৱা কোনো এখন বাহনে উক্ত পথত ছাগলী খুন্দিয়াই থৈ যোৱা পিছত এই স্কুল বাছকে খুন্দিওৱা বুলি দুৰ্বৃত্তই সংঘটিত কৰে শিলগুটি নিক্ষেপৰ ঘটনা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
DEESA // ડીસા બનાસ નદીના પુલ પાસેથી સ્ટેટ મોનિટરિંગ સેલની ટીમે વિદેશી દારૂ ભરેલી સ્વીફ્ટ કાર ઝડપી..
ડીસા બનાસ નદીના પુલ પાસેથી સ્ટેટ મોનિટરિંગ સેલની ટીમે વિદેશી દારૂ ભરેલી સ્વીફ્ટ કાર ઝડપી લઇ કાર...
মৰাণত অ' চি বিজয় দৈমাৰী আৰু এচ আই ভৱেন দত্তক উচিত শাস্তিৰ দিয়াৰ দাবীত ৰাইজৰ তীব্ৰ প্ৰতিবাদ
আৰক্ষীৰ খাকি পোচাকত দাগ লগোৱা মৰাণ আৰক্ষী থানাৰ অ' চি বিজয় দৈমাৰী আৰু এচ আই ভৱেন দত্তক ৰিজাৰ্ভ...
दुश्मन देश पर हमला करेंगे भारत के रॉकेट, होश उड़ाएंगी तस्वीरें | Armenia Pinaka Rocket| Azerbaijan |
दुश्मन देश पर हमला करेंगे भारत के रॉकेट, होश उड़ाएंगी तस्वीरें | Armenia Pinaka Rocket| Azerbaijan |
Diwali and Chhath Rush : दिल्ली से UP Bihar में अपने घर जाने वाले लोगों के सामने कितनी मुसीबतें हैं?
Diwali and Chhath Rush : दिल्ली से UP Bihar में अपने घर जाने वाले लोगों के सामने कितनी मुसीबतें हैं?
ઘોઘા કન્યાશાળા ખાતે વિશ્વ સિંહ દિવસની ભવ્ય ઉજવણી કરવામાં આવી
ઘોઘા કન્યાશાળા ખાતે વિશ્વ સિંહ દિવસની ભવ્ય ઉજવણી કરવામાં આવી