তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মিনাক্ষী গোস্বামীয়ে অসমৰ একমাত্ৰ শিক্ষক হিচাপে এই বছৰৰ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।উক্ত মিনাক্ষী গোস্বামী ইংৰাজী বিষয়ৰ এগৰাকী দক্ষ শিক্ষয়িত্ৰী।অহা ৫ ছেপ্টম্বৰত দেশৰ ৰাষ্ট্ৰপতিয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত এই বঁটা প্ৰদান কৰিব।দেশৰ ৪৬ গৰাকী শিক্ষকক এই বঁটা প্ৰদান কৰা হব ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PM Modi Varanasi Visit: PM Modi का अटल आवासीय विद्यालयों का उद्घाटन और बच्चों से संवाद | Aaj Tak
PM Modi Varanasi Visit: PM Modi का अटल आवासीय विद्यालयों का उद्घाटन और बच्चों से संवाद | Aaj Tak
চৰাইদেউ জিলা কাৰাগাৰত চিকিৎসা শিবিৰ
চৰাইদেউ জিলা কাৰাগাৰত চিকিৎসা শিবিৰ
ৰাষ্ট্ৰীয় আয়ুস অভিযানৰ অধীনত, ভাৰতীয় যোগ সংস্কৃতি...
Prateek Agarwal’s Stock Picking | Large Cap IT में इस शानदार Momentum की क्या है वजह? | Business
Prateek Agarwal’s Stock Picking | Large Cap IT में इस शानदार Momentum की क्या है वजह? |...
Nifty & Nifty Bank Today: Virendra Kumar से जानें, Nifty-Nifty Bank में किन Levels पर करें खरीदारी
Nifty & Nifty Bank Today: Virendra Kumar से जानें, Nifty-Nifty Bank में किन Levels पर करें...