ডিব্ৰুগড়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদ।তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী ভাষাত পাঠদানৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লোৱা সিদ্ধান্তক বিৰোধিতা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰকাৰে লোৱা অসমীয়া ভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে গণস্বাক্ষৰ অভিযানৰ পিছত আজি ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ত সাব্যস্ত কৰে ABVPৰ প্ৰতিবাদ। ABVPৰ সংগঠন মন্ত্ৰী ৰাহুল নাইডুৰ নেতৃত্বত অসমীয়া ভাষা বিৰোধী কোনো সিদ্ধান্ত মানি নোলোৱাৰ হুংকাৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગોધરા શ્રી ગોવિંદ ગૂરુ યુનિવર્સિટી ખાતે કેન્દ્રીય મંત્રીની ઉપસ્થિતિમાંModi@20 પુસ્તક વિશે સેમિનાર...
ગોધરા : શ્રી ગોવિંદ ગૂરુ યુનિવર્સિટી ખાતે કેન્દ્રીય રાજ્યમંત્રીની ઉપસ્થિતિમાં Modi@20 પુસ્તક વિશે...
घरवालों ने जताई हत्या की आशंका सड़क किनारे युवक का मिला शव। आजमगढ़
जनपद आजमगढ़ के थाना मुबारकपुर में,घरवालों ने जताई हत्या की आशंका सड़क किनारे युवक का मिला शव।मालूम...
কানাডাত সন্ত্ৰাসবাদী সুখদুল সিঙৰ হত্যাকাণ্ডৰ দাবী গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ
কানাডাৰ ৱিনিপেগত সন্ত্ৰাসবাদী সুখদুল সিঙৰ হত্যাকাণ্ডৰ দায়িত্ব গ্ৰহণ কৰিছে গেংষ্টাৰ লৰেন্স...
World Cup final खेलने वाली दोनों टीमों को कितने पैसे मिले, सब पता चल गया | India vs Australia
World Cup final खेलने वाली दोनों टीमों को कितने पैसे मिले, सब पता चल गया | India vs Australia