ডিব্ৰুগড়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদ।তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী ভাষাত পাঠদানৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লোৱা সিদ্ধান্তক বিৰোধিতা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰকাৰে লোৱা অসমীয়া ভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে গণস্বাক্ষৰ অভিযানৰ পিছত আজি ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ত সাব্যস্ত কৰে ABVPৰ প্ৰতিবাদ। ABVPৰ সংগঠন মন্ত্ৰী ৰাহুল নাইডুৰ নেতৃত্বত অসমীয়া ভাষা বিৰোধী কোনো সিদ্ধান্ত মানি নোলোৱাৰ হুংকাৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গোলাঘাটত মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে মুকলি বিষেদগাৰ প্ৰদৰ্শন কৰিলে বিজেপি কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি দেৱজিৎ বৰাই।
গোলাঘাটত অন্তকন্দলত জৰ্জৰিত হৈছে বিজেপি দল। এইবাৰ গোলাঘাটত তুংগত উঠিছে ন-পুৰণি বিজেপি কৰ্মীৰ...
Jyoti Maurya News: ज्योति मौर्य केस में बढ़ीं मनीष दुबे की मुश्किलें, FIR दर्ज कर जांच की सिफारिश
Jyoti Maurya News: ज्योति मौर्य केस में बढ़ीं मनीष दुबे की मुश्किलें, FIR दर्ज कर जांच की सिफारिश
फरवरी 2024 के लिए Maruti ने की ऑफर्स की घोषणा, Baleno, Vitara सहित इन पर मिल रही छूट
Maruti Nexa Discounts मारुति जिम्नी MY2023 पर डेढ़ लाख रुपये तक के ऑफर मिल रहे हैं। इसमें 3000...
ખેડાના ઠાસરા તાલુકામાં રાત્રે સરકારી અનાજનો પુરવઠો ગેરકાયદેસર લઈ જતો ટેમ્પો ઝડપાયો 2022 |
ખેડાના ઠાસરા તાલુકામાં રાત્રે સરકારી અનાજનો પુરવઠો ગેરકાયદેસર લઈ જતો ટેમ્પો ઝડપાયો 2022 |