পাহাৰীয়া ৰাজ্য নাগালেণ্ডে আজি লাভ কৰিলে ৰাজ্যখনৰ দ্বিতীয়টো ৰেল ষ্টেচন। উত্তৰ পূৱ সীমান্ত ৰেলৱে অধিনত সংযোজিত হোৱা নতুন ৰেলৱে ষ্টেচনটোৰ পৰা আজি আৰম্ভ হ'ল এক নতুন ৰেল সেৱাৰ। নাগালেণ্ডৰ ডিমাপুৰৰ পাছত এইটোৱেই দ্বিতীয়টো ৰেলৱে ষ্টেচন যিটো ষ্টেচনৰ পৰা নতুন ৰেলপথৰে মিজোৰাম হৈ অৰুণাচল প্ৰদেশলৈকে সংগলগ্ন কৰা হৈছে। প্ৰায় ১০০ বছৰৰো অধিক কালৰ বিৰতিত নাগালেণ্ডৰ ডিমাপুৰ ৰেলৱে ষ্টেচন নিৰ্মাণৰ পাছত চুমুকডিমা জিলাত চুখভিত মুকলি কৰা হয় দ্বিতীয়টো ৰেলৱে ষ্টেচন। নাগালেণ্ডৰ চুমুকডিমা জিলাৰ চুখভি ৰেলৱে ষ্টেচনত শুক্ৰবাৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিয়' তথা উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধক অনচুল গুপ্তা আৰু লামডিং মাণ্ডলিক প্ৰৱন্ধক জে এছ লাকৰাই ১৫৮১৭/১৫৮১৮ নম্বৰ দঞি প'ল এক্সপ্ৰেছ নামৰ ৰেলখনৰ ফ্লেগ অফ কৰি শুভ উদ্ধোধন কৰে৷ এই ৰেলসেৱা অৰুণাচল প্ৰদেশৰ নাহৰলগুণৰ পৰা গুৱাহাটী হৈ চুখভি ৰেলৱে ষ্টেচনলৈ চলাচল কৰিব। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে নাগালেণ্ডৰ পৰিবহণ মন্ত্ৰী পাইৱাং কন্যাক, নাাগালেণ্ডৰ বিধায়ক এন জেকব জিমমিৰ লগতে নাগালেণ্ডৰ বহু উচ্চ পদস্থ বিষয়া।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ধিঙত "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচীৰ সজাগতা ৰেলী
ধিঙত "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচীৰ সজাগতা ৰেলী
છોટાઉદેપુર એસોજી પોલીસે લગજરીસ વાહન ચોરી કરતી ગેંગ નો પર્દાફાશ કર્યો.
વાત કરીએ તો છોટાઉદેપુર એસોજી પોલીસે એક એવી વાહન ચોરી ગેંગ નો પર્દાફાશ કર્યો છે જે જાણીને લોકોના...
शिवप्रताप गरुडझेप सिनेमाच्या निमित्ताने अभिनेते डॉ अमोल कोल्हे प्रेक्षकांपुढे नतमस्तक
शिवप्रताप गरुडझेप सिनेमाच्या निमित्ताने अभिनेते डॉ अमोल कोल्हे प्रेक्षकांपुढे नतमस्तक
अनेकांच्या दुकानांमधून आनंदाची शिधा तुन पामतेलाचे पाकिट गायब
संभाजीनगर : शिधा'च्या थैल्या पोहोचल्या होत्या . यावर असलेल्या ' पंतप्रधान मुख्यमंत्री व...
HarGharTiranga অভিযানৰ অধীনত জাতীয় পতাকা উত্তোলন কৰিলে UPৰ CM M Yogi আদিত্যনাথে
HarGharTiranga অভিযানৰ অধীনত জাতীয় পতাকা উত্তোলন কৰিলে UPৰ CM M Yogi আদিত্যনাথে গোৰখপুৰৰ গোৰখনাথ...