পাহাৰীয়া ৰাজ্য নাগালেণ্ডে আজি লাভ কৰিলে ৰাজ্যখনৰ দ্বিতীয়টো ৰেল ষ্টেচন। উত্তৰ পূৱ সীমান্ত ৰেলৱে অধিনত সংযোজিত হোৱা নতুন ৰেলৱে ষ্টেচনটোৰ পৰা আজি আৰম্ভ হ'ল এক নতুন ৰেল সেৱাৰ। নাগালেণ্ডৰ ডিমাপুৰৰ পাছত এইটোৱেই দ্বিতীয়টো ৰেলৱে ষ্টেচন যিটো ষ্টেচনৰ পৰা নতুন ৰেলপথৰে মিজোৰাম হৈ অৰুণাচল প্ৰদেশলৈকে সংগলগ্ন কৰা হৈছে। প্ৰায় ১০০ বছৰৰো অধিক কালৰ বিৰতিত নাগালেণ্ডৰ ডিমাপুৰ ৰেলৱে ষ্টেচন নিৰ্মাণৰ পাছত চুমুকডিমা জিলাত চুখভিত মুকলি কৰা হয় দ্বিতীয়টো ৰেলৱে ষ্টেচন। নাগালেণ্ডৰ চুমুকডিমা জিলাৰ চুখভি ৰেলৱে ষ্টেচনত শুক্ৰবাৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিয়' তথা উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধক অনচুল গুপ্তা আৰু লামডিং মাণ্ডলিক প্ৰৱন্ধক জে এছ লাকৰাই ১৫৮১৭/১৫৮১৮ নম্বৰ দঞি প'ল এক্সপ্ৰেছ নামৰ ৰেলখনৰ ফ্লেগ অফ কৰি শুভ উদ্ধোধন কৰে৷ এই ৰেলসেৱা অৰুণাচল প্ৰদেশৰ নাহৰলগুণৰ পৰা গুৱাহাটী হৈ চুখভি ৰেলৱে ষ্টেচনলৈ চলাচল কৰিব। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে নাগালেণ্ডৰ পৰিবহণ মন্ত্ৰী পাইৱাং কন্যাক, নাাগালেণ্ডৰ বিধায়ক এন জেকব জিমমিৰ লগতে নাগালেণ্ডৰ বহু উচ্চ পদস্থ বিষয়া।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Chandrayaan-3 Satellite is seperated and Ejected successfully on elliptical parking orbit.
Chandrayaan-3 Satellite is seperated and Ejected successfully on elliptical parking orbit.
ગોઢા ગામના ફાટક પાસે ટ્રેનની અડફેટે આધેડનું મોત
ગોઢા ગામના ફાટક પાસે ટ્રેનની અડફેટે આધેડનું મોત
চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা : একেটা পৰিয়ালৰ শিশু সহ তিনি গৰাকী থিতাতে নিহত।
চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা : একেটা পৰিয়ালৰ শিশু সহ তিনি গৰাকী থিতাতে নিহত।
हत्ता नाईक येथे शिवीगाळ करून जीवे मारण्याची धमकी,एका विरुद्ध गुन्ह्याची नोंद.
हत्ता नाईक येथे शिवीगाळ करून जीवे मारण्याची धमकी,एका विरुद्ध गुन्ह्याची नोंद.
या...
APPLICATIONS ARE INVITED FROM DIFFERENTLY ABLED STUDENTS|ADMISSION|3YEAR DIPLOMA COURSES-2023-24
JSS POLYTECHNIC FOR THE DIFFERENTLY ABLED
(An Autonomous Institution Aided by the Govt....