ৰাজ্যত আকৌ ঘোচ লোৱা কৰিমগঞ্জত লাট মণ্ডলক গ্ৰেপ্তাৰ

ৰাজ্যত আকৌ ঘোচ লোৱা কৰিমগঞ্জত লাট মণ্ডলক গ্ৰেপ্তাৰ, কৰিমগঞ্জত হাতে-লোটে গ্ৰেপ্তাৰ লাট মণ্ডলটোক, পট্টা দিয়াৰ নামত ঘোচ লৈছিল লাটমণ্ডল ৰঞ্জন গোস্বামীয়ে, ক্ষন্তেক পূৰ্বে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই