৯ দিন ধৰি কোনো সন্ধান নাই বৰদলৈ নগৰৰ দৰ্পণ বৰ্মন(২৩) ৷ ১৮ আগষ্টত সন্ধিয়া ঘৰৰ পৰা উলাই গৈছিল যুৱকজনে ৷ পৰৱৰ্তী সময়ত যুৱকজনৰ চাইকেলখন গুইজানত উদ্ধাৰ কৰে যদিও পৰিয়ালৰ লগতে আৰক্ষীয়ে বিচাৰখোচাৰ কৰি লাভ কৰা নাই বৰ্মনৰ কোনো সন্ধান ৷ গতিকে সদাশয় ব্যক্তিয়ে যদি দৰ্পন বৰ্মনৰ সন্ধান লাভ কৰে তেন্তে তিনিচুকীয়া আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনায় পৰিয়ালবৰ্গই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
हजरत टिपू सुलतान युवा मंच वतीने गटशिक्षणाधिकाऱ्याकडे निवेदन सादर करण्यात आले*
कौसडी ते जिंतूर मानव विकासची पुन्हा एक बस सुरू करण्याची मागणी*
जिंतूर तालुक्यातील...
ঢকুৱাখনা দৈনিক বজাৰ সন্থাৰ উদ্যোগত আয়োজন দ্বাদশ বাৰ্ষিক সবাহ ও ভাওনা উৎসৱ
ঢকুৱাখনা দৈনিক বজাৰ সন্থাৰ উদ্যোগ অহা ২৬ অক্টোবৰ দিনা দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰিছে দ্বাদশ...
सणसवाडीत मुंगसाने नेले चक्क नागालाच पळून
सणसवाडीत मुंगसाने नेले चक्क नागालाच पळून
শিৱসাগৰতো উৎযাপন কৰা হৈছে মহাষষ্ঠী
শিৱসাগৰতো উৎযাপন কৰা হৈছে মহাষষ্ঠী
আজি মহাষষ্ঠী | সমগ্ৰ দেশৰ লগতে শিৱসাগৰতো একে পৰিবেশ |...