৯ দিন ধৰি কোনো সন্ধান নাই বৰদলৈ নগৰৰ দৰ্পণ বৰ্মন(২৩) ৷ ১৮ আগষ্টত সন্ধিয়া ঘৰৰ পৰা উলাই গৈছিল যুৱকজনে ৷ পৰৱৰ্তী সময়ত যুৱকজনৰ চাইকেলখন গুইজানত উদ্ধাৰ কৰে যদিও পৰিয়ালৰ লগতে আৰক্ষীয়ে বিচাৰখোচাৰ কৰি লাভ কৰা নাই বৰ্মনৰ কোনো সন্ধান ৷ গতিকে সদাশয় ব্যক্তিয়ে যদি দৰ্পন বৰ্মনৰ সন্ধান লাভ কৰে তেন্তে তিনিচুকীয়া আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনায় পৰিয়ালবৰ্গই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ब्लॉक कांग्रेस कमेटी के अध्यक्ष मिर्जा शकील व कार्यवाहक ब्लॉक अध्यक्ष पद पर कपिल नियुक्त
कोटा. राजस्थान प्रदेश कांग्रेस कमेटी के अध्यक्ष गोविंद सिंह डोटासरा ने आदेश जारी करते हुए सांगोद...
Lucknow News: कोर्ट परिसर में गैंगस्टर की हत्या से मचा हड़कंप, एक्शन में पुलिस
लखनऊ के कैसरबाग कोर्ट के भीतर गैंगस्टर संजीव महेश्वरी जीवा को गोली मारकर हत्या कर दी गई. हमलावर...
টীয়কৰ জগদুৱাৰ গায়েন গাওঁৰ গোসাঁই ঘৰৰ থাপনাত সোমাল বিষাক্ত সাপ।
টীয়কৰ জগদুৱাৰ গায়েন গাওঁৰ গোসাঁই ঘৰৰ থাপনাত সোমাল বিষাক্ত সাপ।
વલભીપુર કેરીયા ઢાળ ચેકપોસ્ટ કાર્યરત કરવામાં આવી
વલભીપુર કેરીયા ઢાળ ચેકપોસ્ટ કાર્યરત કરવામાં આવી