বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তগত শিমলুগুৰি আৰু ৰাজগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত স্থায়ীভাৱে বসবাস কৰি আদিবাসী , কাৰ্বি আৰু বড়ো জনগোষ্ঠীয় লোকসকলৰ সামাজিক আৰু ব্যক্তিগত সমস্যাসমুহৰ বুজ লোৱাৰ লগতে তেওলোকৰ ভাষা , সাহিত্য আৰু সংস্কৃতি আদি সম্পৰ্কত সমস্যা আৰু কৰনীয় সম্পৰ্কত অন্তৰংগ আলাপ কৰে সমষ্টিটোৰ বিধায়ক অমিয় কুমাৰ ভূঞাই ৷ বিধায়কগৰাকীৰে অন্তৰংগ আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰা জনগোষ্ঠীকেইটাৰ প্ৰতিনিধি সকলক অনাগত দিনত তেওঁলোকৰ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ অনুষ্ঠানত বিধায়কগৰাকীৰ লগতে উপস্থিত থাকে ধলপুৰ শিমলুগুৰি জিলা পৰিষদ সদস্যা দীপালি বনিয়া আৰু পঞ্চায়ত প্ৰতিনিধিৰ লগতে বিজেপি দলৰ বুথ সভাপতিসকল ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
INS વિક્રાંત પછી હવે INS વિશાલ:65 હજાર ટનવાળા INS વિશાલ પર ઈલેક્ટ્રોનિક ગિલોલથી લોન્ચ થશે ફાઇટર જેટ, એકસાથે 55 વિમાન તહેનાત રાખી શકાશે
INS વિક્રાંત નેવી મળ્યા બાદ હવે ભારતના ત્રીજા એરક્રાફ્ટ કેરિયર INS વિશાલની ચર્ચા શરૂ થઈ ગઈ છે. 2...
দুধনৈত লজ্জাজনক ঘটনা ! ফুৰাবলৈ নিয়াৰ চলেৰে তিনি নাবালিকাক ধৰ্ষণ তিনিজন যুৱকৰ
ৰাজ্যত পুনৰ সংঘটিত হৈছে এক জঘন্য ঘটনা। গোৱালপাৰা জিলাৰ দুধনৈত দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ খবৰ...
Gulabrao Patil यांचं Aaditya Thackeray यांना चॅलेंज, 'आम्ही शिंदेमामाचे 40...' | Eknath Shinde
Gulabrao Patil यांचं Aaditya Thackeray यांना चॅलेंज, 'आम्ही शिंदेमामाचे 40...' | Eknath Shinde