নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত পানবাৰী গাঁৱত ভাদমহীয়া নামৰ প্ৰসাদ খায় বিষক্ৰিয়াত আক্ৰান্ত হ’ল ডেৰ শতাধিক লোক ৷ যোৱাকালি বিয়লি ভাগত পানবাৰী বৰ নামঘৰত প্ৰসাদ খোৱাৰ পাছত উপস্থিত সকলো লোক পেটৰ সমস্যাত ভোগে ৷ পৰৱৰ্তী সময়ত ইজনৰ পাছত সিজন লোক আক্ৰান্ত হোৱাৰ লগতে স্বাস্থ্য অৱনতি ঘটাত অধিকাংশ লোকক নিশাই নাৰায়ণপুৰস্থিত আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ চিকিৎসা প্ৰদান কৰাৰ অন্তত সকলো লোক নিশাই ঘৰমুৱা হৈছিল যদিও আজি পুৱাৰে পৰা অধিকাংশ লোকৰ পুনৰ পেটৰ বিষ শৌচ বমি হোৱাত পুনৰ চিকিৎসালয় খনত ভৰ্তি কৰোৱা হৈছে ৷ চিকিৎসকে আক্ৰান্ত সকলো বিপদমুক্ত বুলি জানিবলৈ দিছে ৷ ইফালে প্ৰসাদত বিষক্ৰিয়া হোৱা ঘটনাই নাৰায়ণপুৰ অঞ্চলত ৰাইজক শংকিত কৰি তুলিছে ৷ কাৰণ নাৰায়ণপুৰ অঞ্চলত ভাদমাহত প্ৰতিটো নামঘৰত ভাদমহীয়া নাম লোৱাৰ লগতে প্ৰসাদৰ ব্যৱস্থা কৰা হয় ৷ এনে সময়ত প্ৰসাদক কেন্দ্ৰ কৰি বৈষ্ণৱপ্ৰাণ ৰাইজ শংকিত হৈ পৰাতো স্বাভাৱিক ঘটনা ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Farmers Protest: तीसरे दौर की बातचीत भी फेल, किसानों ने दिया नया अल्टीमेटम | Jagjit Singh Dallewal
Farmers Protest: तीसरे दौर की बातचीत भी फेल, किसानों ने दिया नया अल्टीमेटम | Jagjit Singh Dallewal
सुल्तानपुर थाने मे मोहर्रम को लेकर शांति समिति और सीएलजी सदस्यों की बैठक संपन्न।
सुल्तानपुर.स्थानीय थाना परिसर में सोमवार को इटावा डिप्टी शिवम जोशी की अध्यक्षता में सीएलजी व...
মাহেকীয়া ‘ৰহস্য' আৰু ‘আমাৰ চিঞৰ'ৰ বঁটা ঘোষণা
'ৰহস্য'ৰ বঁটা প্ৰাপকসকল :
১) সাহিত্য-সংস্কৃতি সৌৰভ বঁটা :: বিজু বৰি, গোলাঘাট।
২)...
50MP कैमरा, 10000mAh बैटरी और 16GB तक रैम के साथ Xiaomi ने लॉन्च किया दमदार टैबलेट, जानें कीमत और खूबियां
Xiaomi Pad 6 Max टैबलेट Qualcomm Snapdragon 8+ Gen 1 प्रोसेसर के साथ लॉन्च हो गया है। शाओमी के इस...