চৰাইদেউ আৰু অৰুণাচলৰ লিংডিং জিলাৰ সীমা সমস্যা সন্দৰ্ভত সভা অনুষ্ঠিত। চৰাইদেউ আৰু চুবুৰীয়া ৰাজ্য অৰুণাচলৰ লংডিং জিলাৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমা সমস্যাৰ লগতে অন্যান্য সমস্যা সমূহ সমাধানৰ বাবে আজি লংডিং জিলাৰ কানুবাৰীত এক মন্ত্ৰী আৰু বিষয়া পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে। সভাত চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাৰ লগতে দুইখন চুবুৰীয়া জিলাৰ উপযুক্ত আৰু অন্যান্য উচ্চ পৰ্যায়ৰ বিষয়া সকলে অংশগ্ৰহণ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસામાંથી એલસીબી ની ટીમે એકટીવા ચોરી કરનાર એક શખ્સને ઝડપી પાડ્યો
ડીસામાંથી એલસીબી ની ટીમે એકટીવા ચોરી કરનાર એક શખ્સને ઝડપી પાડ્યો
Exclusive: सरकार ने डिकोल्ड लैंड के लिए बनाई Policy, Energy Infra के लिए होगा खाली जमीन का इस्तेमाल
Exclusive: सरकार ने डिकोल्ड लैंड के लिए बनाई Policy, Energy Infra के लिए होगा खाली जमीन का इस्तेमाल
Rozgar Mela: बहुत कम... बहुत देर... खरगे ने 'रोजगार मेला' को लेकर प्रधानमंत्री पर साधा निशाना
नई दिल्ली, राष्ट्रीय रोजगार मेले में वीडियो कॉन्फ्रेंसिंग के जरिए प्रधानमंत्री नरेंद्र...
કાલોલ પોલીસે લુટ નો ગુનો ગણતરીના કલાકોમાં ઉકેલી મુદ્દામાલ સાથે બે આરોપીઓ ને ઝડપી લીધા
ગત શુક્રવારના બપોરના સુમારે ડેસર તાલુકાના મીરાકુવા ગામે રહેતા મનીષકુમાર રમેશભાઈ ચૌહાણ પોતાની...
Assam Rifles organises a Medical Camp
Assam Rifles organised a Medical Camp at Hongphoi village in Mon district, Nagaland on 28...