আজিও অৱহেলিত আন্তঃৰাষ্ট্ৰীয় পদক বিজয়ী প্ৰথম অসমীয়া মহিলা বক্সাৰ প্ৰণামিকা বৰা ।। মেৰীকম, লাভলীনা বৰগোহাঁই দৰে বিশ্বৰ দৰবাৰত উজলি উঠা কেইবাগৰাকী বক্সিং খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰি অহা তিতাবৰৰ টিপমীয়াৰ সু-সন্তান অসম তথা দেশৰ গৌৰৱ প্ৰণামিকা বৰাক আজিলৈকে কোনো সংস্থাপনৰ ব্যৱস্থা নকৰিলে অসম চৰকাৰে ।। প্ৰণামিকা বৰাই World championship ত প্ৰথম গৰাকী অসমীয়া মহিলা বক্সাৰ হিচাপে ৰূপ আৰু ব্ৰঞ্জৰ পদক অর্জন কৰি দেশবাসীক গৌৰম্বীত কৰিছিল ।। তাৰপিছতে বহুকেইখন ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত সোণৰ পদক আৰ্যন কৰিবলৈ সক্ষম হোৱা প্ৰণামিকা বাৰৰ ওপৰত চকু পৰা নাই ৰজা ঘৰীয়াৰ ।। World championshipত ৬বাৰকৈ সোণৰ পদক অৰ্জন কৰা মেৰীকমৰ প্ৰশিক্ষক হিচাপে আছিল প্ৰণামিকা বৰা ।। শেহতীয়াকৈ বাৰ্মিংহামত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছৰ ভাৰতীয় মহিলা বক্সিং দলৰ প্ৰশিক্ষক হিচাপে প্ৰতিনিধিত্ব কৰিছিল প্ৰণামিকা বৰাই ।। বৰ্তমান SAI ৰ অস্থায়ী প্ৰশিক্ষক হিচাপে হাৰিয়ানাৰ ৰৌটকত নিয়োজিত হৈ আছে প্ৰণামিকা বৰা ।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
छातीपर्यंत पुराचे पाणी, खांद्यावर तिरडी, मृतदेहाला घेऊन स्मशानात; यवतमाळचा मन हेलावून टाकणारा VIDEO
छातीपर्यंत पुराचे पाणी, खांद्यावर तिरडी, मृतदेहाला घेऊन स्मशानात; यवतमाळचा मन हेलावून टाकणारा VIDEO
રાધનપુર ના ધારાસભ્ય રઘુ દેસાઈ બેઠા વારાહી મામલતદાર કચેરી બહાર ધરણા પર
રાધનપુર ના ધારાસભ્ય રઘુ દેસાઈ બેઠા વારાહી મામલતદાર કચેરી બહાર ધરણા પર
Haldwani हिंसा के बाद की पहली सुबह, कार-बाइकें जलकर खाक, थाना भी फूंका ...हर तरफ सिर्फ तबाही
Haldwani हिंसा के बाद की पहली सुबह, कार-बाइकें जलकर खाक, थाना भी फूंका ...हर तरफ सिर्फ तबाही
Gadhada|| આધાર નોંધણી કેમ્પ યોજાયો #news #botadnews #botad #brekingnews #gadhada
Gadhada|| આધાર નોંધણી કેમ્પ યોજાયો #news #botadnews #botad #brekingnews #gadhada
करोड़ों में बिक रहा है Apple का 16 साल पुराना ये iPhone, जानिए क्यों बिक रहा है इतना महंगा
Apple लगातार अपने आईफोन और अन्य डिवाइस के लेकर चर्चा में रहता है लेकिन इस बार ये कंपनी अपने 16...