বন্ধ হৈ পৰিব মৰিয়নী নকচাৰী বালিকা উচ্চ নাধ্যমিক বিদ্যালয়।বিগত বছৰসমূহত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীনৰ হাৰ শূৰ্ণ্য হোৱাৰ লগতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম হোৱাৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে এই বিদ্যালয়খনৰ লগতে যোৰহাট জিলাৰ আন ৪খন বিদ্যালয়।ইতিমধ্যে বিদ্যালয়ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলক আন বিদ্যালয়লৈ স্থানান্তিৰত প্ৰক্ৰিয়া আৰম্ভ কৰিছে শিক্ষা বিভাগে ।যাৰ পৰিপ্ৰেক্ষিত উদ্বিগ্নতা প্ৰকাশ কৰিছে বিদ্যালয়খনৰ শিক্ষকৰ লগতে স্থানীয় দল সংগঠনে।।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  તાજીયા મહોરમને અનુલક્ષીને દક્ષિણ પોલીસ સ્ટેશન ખાતે શાંતિ સમિતિની બેઠક યોજાઈ.. 
 
                      તાજીયા મહોરમને અનુલક્ષીને દક્ષિણ પોલીસ સ્ટેશન ખાતે શાંતિ સમિતિની બેઠક યોજાઈ..
                  
   ડીસા પારકર ભુવન ખાતે જલારામ યુવા સંગઠનની બેઠક યોજાઈ 
 
                      ડીસા પારકર ભુવન ખાતે જલારામ યુવા સંગઠનની બેઠક યોજાઈ
                  
   हर घर तिरंगा अभियान’ के तहत “स्काउट & गाइड” द्वारा बाइक रैली का आयोजन #indianrailways #indianrailway 
 
                      हर घर तिरंगा अभियान’ के तहत “स्काउट & गाइड” द्वारा बाइक रैली का आयोजन...
                  
   दिल्ली मुंबई रेल लाइन पापड़ी स्टेशन के पास मिला अज्ञात शव को रखवाया 
 
                      लाखेरी रेल्वे ट्रेक पर मिला शव
दिल्ली मुंम्बई रेल लाइन पापड़ी रेल्वे फाटक के पास मिला शव
सूचना पर...
                  
   
  
  
   
   
   
  