শিৱসাগৰত লোহা চুৰৰ লগত জড়িত দুজন যুৱকক আটক |

শিৱসাগৰ আৰক্ষীয়ে নগৰৰ মাজমজিয়া ফুকন নগৰৰ পৰা লোহা চুৰৰ অভিযোগত আটক কৰিছে ২ জন যুৱকক | বৰ্তমান সময়লৈকে যুৱক দুজনৰ পৰিচয় জানিব পৰা হোৱা নাই যদিও সদৰ থানাত সোচপোছ অব্যক্ত ৰাখিছে আৰক্ষীয়ে ৷